ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট। উল্লেখ্য যে খাগ্ৰাবাৰী অঞ্চলত শ্বহীদ হোৱা ১২ জনকৈ মহান ব্যক্তিৰ স্মিতিৰ সোৱৰণত বিগত ২৬ বছৰে খাগ্ৰাবাৰী আঞ্চলিক এবছুয়ে মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট নামে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। যোৱা দুটা বছৰে কৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত কনোধৰণৰ খেল প্ৰতিযোগিতা বা অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল যদিও এইবেলি কৰোনা মহামাৰীৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত খাগ্ৰাবাৰী এবছুয়ে ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্টৰ খেলখন খাগ্ৰাবাৰী জনতা খেল পথাৰত ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ সপ্তাহ জোৰা ফুটবল টুৰ্নামেন্টৰ আজি সুভ উদ্ধোধন কৰে।ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে সুভ উদ্ধোধন কৰা ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্টত প্ৰথম দিনৰ প্ৰথম দুটা খেলুৱৈৰ দল
ডিমাকুছি ইউনাইটেড FC আৰু গৰেশ্বৰ গাটছা ফুটবল দলক সুভেচ্ছা ও অভিনন্দন জনোৱাৰ লগতে কয় যে খেলে মানুহক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ কৰি ৰাখে। বৰ্তমান সময়ত বৃদ্ধিপোৱা চুৰ ডকাইতি ,ড্ৰাগচ, মাদক দ্ৰব্য সেৱন, জুৱাৰ খেল, ইত্যাদি অপৰাধজনিত কামৰ পৰাও মানুহক খেল বেষ্টতাৰ মাজেৰে হিংসান্তমক অপৰাধজনিত কামৰ পৰা মানুহক আতৰাই আনিব পাৰে।সেয়েহে সুদীৰ্ঘ ২৭ বছৰ ধৰি খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ফুটবল খেল অনুষ্ঠিত কৰা অহাক ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে ব্যাপক প্ৰশংসা কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…