কেইবাদিন ধৰি সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ গাঁও অঞ্চল সমূহত প্ৰৱেশ কৰি ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰাৰ ঘটনাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক শলঠেকত পেলৈছিল । চাৰিফালে ইয়াক লৈ ব্যাপক চৰ্চা হোৱাত কেইবাটাও বাতৰি কাকতেই এই সংক্ৰান্তত বাতৰি পৰিবেশন কৰিছিল ।তথাপিও কৰোণাৰ দৰে মাৰাত্মক মহামাৰীৰ ফলত সৰ্বসাধাৰণ ৰাইজ আৰ্থিক ভাৱে জুৰুলা হোৱা সময়ত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধনৰ পৰিবৰ্তে এটা ঘৰৰ পৰাই ঘৰ নম্বৰ দিয়াৰ বাবদ ১০০ টকাৰ পৰা ২০০ /৩০০ টকাকৈ সংগ্ৰহ কৰা কাম অব্যাহত থকাত চিন্তিত হৈছে মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজ । মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মায়েও ৰাইজক অসুবিধাত পেলাই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াতকৈ অধিক ধন সংগ্ৰহ কৰি কৰি অহাত দুখ প্ৰকাশ কৰি নিয়ম মতে কাম কৰিবলৈ আহ্বান জনাইছে ।অন্যথা ইয়াৰ উচিত বিচাৰ কৰা হব বুলিও যুৱ নেতা কিশোৰ শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…