দুৰ্গা পূজা উপলক্ষে নলবাৰী জিলা প্ৰশাসনৰ লগতে ঘগ্ৰাপাৰ আৰক্ষী -গাঁও ৰক্ষী বাহিনী তৎপৰতা হোৱাৰ সময়তে আজি ঘগ্ৰাপাৰ আৰক্ষী থানাত গাঁওৰক্ষী বাহিনীৰ উদ্যোগত দুৰ্গা পূজা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ সংগঠক প্ৰদীপ কুমাৰ দাসে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে গাঁও ৰক্ষী বাহিনীৰ কাৰ্যকৰ্তা আব্দুল গণিয়ে।সভাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি ভাষণত নিজ নিজ এলেকাৰ ক’ভিড প্ৰটকল মানি দুৰ্গা পূজাৰ সময়ত নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। উক্ত সভাত ঘগ্ৰাপাৰ থানা এলেকাৰ ১৪৫ টা গাঁও ৰক্ষী বাহিনীৰ সভাপতি-সম্পাদকলে অংশগ্ৰহণ কৰে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- আৰন্যকৰ ১৬০ কিলোমিটাৰ চাইকেল ৰেলিৰ অন্ত পৰিল কৌপাটি বল্লভভাই পেটেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত…
- চীনৰ ভাবুকিক প্ৰত্যাহ্বান! চীন অধিকৃত তিব্বত সীমান্তৰ সমীপৰে অৰুণাচল প্ৰদেশত নিৰ্মাণ হব ফ্ৰণ্টিয়াৰ হাইৱে, লাভবান হ’ব অসম; ২০২৭ চনৰ ভিতৰত পথ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য…
- প্ৰাক্তন খেলুৱৈ, প্ৰবীন ক্ৰীড়া সংগঠক দিলীপ মেধি সম্পৰ্কে দুআষাৰ…
- ৰাইচিৰ মৃত্যুৰ আঁৰত দুৰ্ঘটনা নে ষড়যন্ত্ৰ! ৰাষ্ট্ৰপতিৰ মৃত্যুৰ পিছত প্ৰথম উপ-ৰাষ্ট্ৰপতি মহম্মদ মুখবাৰক অন্তৰ্ৱতীকালী ৰাষ্ট্ৰপতি হিচাবে নিয়োগ…
- বৃদ্ধি পাইছে বোৱাৰী নিৰুদ্দেশৰ ঘটনা! বিদ্যালয়ত কন্যাৰ নথি-পত্ৰ জমা দিবলৈ গৈ ঘূৰি নাহিল চায়না, কোলাত সন্তানক লৈ পত্নীক বিচাৰি হাবাথুৰি পতি…
- ২০২৪ বিত্তীয় বৰ্ষত ব্যৱসায় বৃদ্ধিৰ ক্ষেত্ৰত ৰাজহুৱা খণ্ডৰ বেংকৰ ভিতৰত শীৰ্ষত বেংক অফ মহাৰাষ্ট্ৰ…
- দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিৰে মেট্ৰ’ ষ্টেচনত ভাবুকিপূৰ্ণ লেখনি! আপৰ মতে আঁৰত বিজেপি…
- ৰাইচিৰ মৃত্যুত ইৰাণত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক; ভাৰততো পালন এদিনীয়া শোক…
- বিজেপি ‘বনিয়া-ব্ৰাহ্মণ’ৰ দল নহয়, দক্ষিণতো বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰিবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…
- বৰপেটা সত্ৰৰ আদি সত্ৰাধিকাৰ মথুৰা দাস বুঢ়া আতাৰ ৫৩৪ সংখ্যক জন্ম জয়ন্তী উৎসৱ…