হোজাই জিলাৰ ৰেল নগৰী লামডিঙত যোবা কালি দুপৰীয়াৰ ভাগত অকনমান বৰষুন দিয়াৰ পিছত লামডিঙ শহৰৰ মাজ মজিয়াত থকা বি কম ডিৰ পৰা বি এম বি স্কুল আৰু বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীৰ ৰুপ ধাৰণ কৰিছে। এক হাটু পানী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হবলগিয়া হৈছে লগতে স্কুলৰ ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হৈ্ছে। কৃত্ৰিম বানপানীৰ ফলত পথচাৰীৰ জলাকলা খাব লৈগিয়া হৈ্ছে কোনোবাই যদি 30 মিনিট থিয় হবলগিয়া হৈছে আন কোনোবাই 15 মিনিট থিয় হবলগিয়া হৈছে।কোনোবাৰ আকৌ অটো ,মটৰ চাইকেল বেয়া হৈছে। লামডিঙ ৰাইজৰ অভিযোগ ৰেল বিভাগৰ বিষয় ববিয়া এই ৰাস্তাৰ নামত বৃহত পৰিমাণৰ ধন আত্মসাত কৰিছে আৰু অতি নিম্ন মানৰ কাম কৰিছে তাৰ বাবেই লামডিঙ বি এম বি স্কুলৰ সন্মুখত থকা আন্ডাৰ গ্ৰাউণ্ডৰ তলৰ পৰা বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীয়ে ৰাইজক জলাকলা খুৱাইছে। এতিয়া লামডিঙ ৰাইজৰ ৰেল বিভাগৰ ওচৰত এটাই দাবী ৰাস্তাটো অতি খুন কালে মেৰামতিৰ কাম কৰি দিয়ে যেন।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ প্ৰাণ হেৰুৱালে প্ৰাঞ্জল বৰাই! অঞ্চলজুৰি শোকৰ ছাঁ…
- জখলাবন্ধাৰ সৰুভগীয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু আৰ্টিগা বাহনৰ চালক…
- ৮ ঘণ্টা শুব, বাকী ১৬ ঘণ্টা এই কাম কৰক; আপোনাৰ স্বাস্থ্য সুস্থ হৈ থাকিব…
- EDৰ অভিযানঃ নিৰ্বাচনৰ মাজতে ঝাৰখণ্ডৰ মন্ত্ৰীৰ চাৰ্ভেণ্টৰ ঘৰত টকাৰ পাহাৰ…
- অযোধ্যাৰ ৰাম মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূজা-অৰ্চনা…
- Decision on Miya vote not changed, says CM Sarma (Exclusive)
- নৰ্থ ইষ্ট ইক’ ডেভেলপমেন্ট চছাইটিৰ বৃক্ষৰোপন কাৰ্য্যসূচী
- নগাঁৱত পাপনৰ গীতত মুগ্ধ দৰ্শক ! চহা শিল্পী বিহুৰাম শইকীয়াক ‘কলংপৰীয়া শিল্পী বঁটা’ প্ৰদান…
- “দৈনন্দিন বাৰ্তা” বাতৰিৰ প্ৰভাৱ নামখলাত ! বাঁহৰ দলঙৰ ঠাইত নিৰ্মাণ হ’ল কালভাৰ্ট সহ পথ…
- এশ এবুৰি সমস্যাৰে জৰ্জৰিত চমকং অঞ্চল,কৃষি, স্বাস্থ্য, যাতায়ত ! পশু চিকিৎসা সেৱা সকলো ক্ষেত্ৰত চমকঙৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণৰ দাবী গঞা ৰাইজৰ…