দালগুৰি জিলা ভেৰগাঁও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত ৫ অক্টোবৰ মঙ্গলবাৰে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভাৰম্ভণি কৰে।”৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হব লগা মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভ উদ্ধোধন কৰে বিটিচি ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়োয়ে।”উল্লেখ্য যে বড়োলেণ্ড আন্দোলনত শ্বহীদ হোৱা মহান আন্দোলনকাৰী সকলৰ স্মিতি সৌৱৰনত বিগত ১৩ বছৰে ভেৰগাঁও আঞ্চলিক এবছুৰ উদ্যোগত আৰু ভেৰগাঁও ক্ৰীড়া সন্থাৰ সহযোগত মহিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে যাৰ পৰিপেক্ষিতত এইবেলিও ভেৰগাঁও এবছুয়ে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।””ভেৰগাও হাইস্কুল খেল পথাৰত অনুষ্ঠিত কৰা ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে।ওদালগুৰি জিলা বিদ্যালয় উপ-পৰিদৰ্শক ভূমিধৰ বড়ো।””মহকুমা আৰক্ষী বিষয়া জ্যোতি প্ৰসাদ পেগু,”খৈৰাবাৰী আঞ্চলিক এবছুৰ সভাপতি হেম কুমাৰ বসুমতাৰী। ভেৰগাঁও জিলা ইউ পিপিএল সভাপতি নন্দৰাম বড়োৰ লগতে ভেৰগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক ভৱেন ডেকা সহ ভেৰগাঁও জিলা ইউপিপিএলৰ উপসভাপতি মোনমোহন বড়োয়ে উপস্থিত থকা উদ্ধোধনী সভাৰ দ্বাৰাই উদ্ধোধক EM দাওবাইছা বড়োয়ে কয় যে”খেলে মানুহক শাৰীৰিক ভাৱে সুস্থ কৰি ৰখাৰ লগতে সকলো জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰিতি আৰু ভাতৃত্ববোধ জীয়াই ৰাখে সেয়েহে ভেৰগাঁও এবছুৰ এনে পদক্ষেপক EM দাওবাইছা বড়োয়ে প্ৰশংসা কৰাৰ লগতেপ্ৰথম দিনৰ প্ৰথম দুটি মহিলা ফুটবল দল “”ভেৰগাও গাম্বাৰী মহিলা ফুটবল দল আৰু শুকলাই চেৰফাং FC মহিলা ফুটবল খেলুৱৈ দলক সুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰি খেল সুভউদ্ধোধন কৰে EM দাওবাইছা বড়োয়ে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- তেজপুৰৰ “সংস্কৃতা”ৰ বাৰ্ষিক অধিৱেশন আৰু বিভিন্ন প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভা সম্পন্ন…
- বিবাহত ৰাজনৈতিক উপহাৰ! দৰাই কইনাক উপহাৰ দিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ফটো…
- ‘অনুপমা’ৰ ৰূপালী গাংগুলীয়ে এক বিশেষ ৰোগৰ বাবে গৰ্ভধাৰণত সমস্যাৰ সন্মুখীন হৈছিল! প্ৰতিগৰাকী মহিলাই বিপদত পৰে এই ৰোগৰ বাবে…
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান…
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…