গুৱাহাটী : ১৫ জুনত এলএচিৰ গালৱানত ২০জন ভাৰতীয় সেনা নিহত হোৱাৰ ঘটনাত ক্ৰীড়াক্ষেত্ৰত চীনৰ পণ্য বৰ্জনৰ হুংকাৰ দিছে৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ মহা সচিব ৰাজীৱ মেহতাই স্পষ্টকৈ কৈছে টকীয় অলিম্পিকৰ সময় পৰ্যন্ত ভাৰতীয় দলৰ কেটিং পাৰ্টনাৰ লি নিঙৰ সৈতে ভাৰতীয় অলিম্পিক এছ’চিয়েছনে স্পনছৰশ্বিপ লোৱা উচিত বুলি তেওঁ ব্যক্তিগত মতামত দিছিল৷ এয়া মোৰ ব্যক্তিগত মতামত যে ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ সৈতে লি নিঙৰ স্পনছৰশ্বিপ এৰাই উচিত৷ এতিয়া সময় আহিছে আমি চীন আৰু সেই দেশখনৰ সামগ্ৰীৰ বিৰোধিতা কৰাৰ৷ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অনুভূতিৰ প্ৰতি শ্ৰদ্ধা জনাও আৰু মই বিশ্বাস কৰো যে অতি সোনকালে ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ বাৰ্ষিক সাধাৰণ সভাত এই বিষয়টো আহ্বান জনাব৷ প্ৰথমে দেশ আৰু আমি সকলো ঐক্যবদ্ধ হোৱা উচিত৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ কোষাধ্যক্ষ আনন্দেশ্বৰ পাণ্ডেয়ে এনেদৰে কয়৷ আনহাতে মেহতাই কয়, নি নিং হ’ল চীনৰ ব্ৰেণ্ড আৰু আমি টকীয় অলিম্পিক পৰ্যন্ত চুক্তি কৰিছিলো৷ যদি এই অৱস্থা থাকে আমি ভাবিবলৈ বাধ্য হম৷ ভাৰতীয় অলিম্পিক এছ’চিয়েছনৰ সাধাৰণ সভাত এই বিষয়টো আলোচনা হ’ব৷ ব্যক্তিগত পৰ্যায়ত কোনো আলোচনা নহয়৷ আমি তেওঁলোকৰ লগত চুক্তি কৰিছো৷ তেওঁলোক ৰিঅ’ অলিম্পিকৰ পৰাই আমাৰ কিটিং পাৰ্টনাৰ৷ কিন্তু আমাৰ বাবে দেশ আগত৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰাক্তন শিক্ষাৰ্থী সন্মিলন…
- ভূপেন বৰাক ষড়যন্ত্ৰকাৰী আখ্যা দিলে আপ, অসমৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে, ভূপেন বৰাৰ বাবেই অসমত INDIA ALLIANCE বা বিৰোধী ঐক্য ব্যৰ্থ হোৱাৰ অভিযোগ
- দৰং কেঞ্চাৰ কেন্দ্ৰৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন…
- সংখ্যালঘু ৰাইজ এইবাৰ বিজেপিৰ পিনে ঢাল খাইছে, প্ৰাৰ্থী ফণীভূষন চৌধুৰীক লগতলৈ অগপ সভাপতি অতুল বৰাসহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিশাল বাইক ৰেলি…
- শিক্ষাৰ্থীক সম্বৰ্ধনা, কৃতী শিক্ষাৰ্থীৰ বহু কেইজন আদৰ্শ শিক্ষক হোৱাৰ লগতে সমাজ সেৱা কৰাৰ সপোন…
- Tickets GO LIVE for Rajasthan Royals’ home match against KKR in Guwahati…
- ভোটদানক উৎসৱ হিচাপে গ্ৰহণ কৰকঃ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত সাত্তাৱনৰ, ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী…
- উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত, থমাছ কাপতো জয়ৰে অভিযান ডিফেণ্ডিং চেম্পিয়নৰ; ছিংগাপুৰৰ বিৰুদ্ধে স্তদ্ধ অস্মিতা, ঈশাৰাণীৰ জয়যাত্ৰা
- কাৰ্যবাহী অভিযন্তা ছলেমান আলীক দৈনন্দিন বাৰ্তা গোষ্ঠীৰ সম্বৰ্ধনা…
- গাৰু অবিহনে শোৱে নে? গাৰু নোলোৱাকৈ কিয় শুব লাগে, ৪টা ডাঙৰ উপকাৰ জানি লওক…