কৰিমগঞ্জ : পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ বাবে পাম্পত গৈ তেল কিনিব নোৱাৰি ঠেলা গাড়ীত বাইক বান্ধি যাব লগা হৈছে। সাধাৰণতে এনে দৃশ্য নেদেখা ঘটনা, ইয়াক চাবলৈ ভীৰ কৰিলে বহু লোকে। ঘটনাটো হৈছে কৰিমগঞ্জ চহৰত থকা পেট্ৰল পাম্পত। নিতৌ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম। আজিৰ দিনত পেট্ৰলৰ মূল্য হৈছে গৈ ৮৪.৯১ পইছা। বহুতে কিনিব পৰা নাই ইন্ধন। পেট্ৰলৰ দাম শুনি পাম্পৰ পৰা উভতি আহিছে বহুতে। আৰু এনে বাইক চালকক লৈ প্ৰতিবাদ কৰিলে কৰিমগঞ্জ জিলা কংগ্ৰেছে। দলীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থয় ৰাজপথে দি ঠেলাৰ সৈতে ৰছি ডাল দি বাইক বান্ধি টানি লৈ যায। আন বাইক চালকে ও ঠেলি ঠেলি লৈ যায় বাইক। তেওঁ কয়, কংগ্ৰেছ চৰকাৰৰ সময়ত বিজেপিয়ে ডাঙৰ ডাঙৰ মাত মাতিছিল। কিন্তু আজিৰ দিনত বিজেপি শাসন ক্ষমতাত। তাৰ পিছতো প্ৰতিদিনে বঢ়াই গৈছে দ্ৰব্য মূল্যৰ লগতে জ্বালানীৰ মূল্য।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…
- ব্ৰিজ ভূষণক টিকট দিয়াত আপত্তি, কুস্তি ফেডাৰেচনৰ প্ৰাক্তন মুৰব্বীৰ পুত্ৰ কৰণ ভূষণক টিকট দিলে বিজেপিয়ে…