ডিব্ৰুগড় জিলাৰ লাহোৱাল মহাবিদ্যালয়ত তিনিদিনীয়া দক্ষতা বিকাশ কৰ্মশালা

আভ্যন্তৰীণ গুণমান নিশ্চিতকৰণ কোষ(IQAC)সেৱা আঁচনি লাহোৱাল মহাবিদ্যালয় উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত ১৪মে’, ২১মে’, আৰু ২৮মে’,লৈকে তিনিদিনীয়াকৈ দক্ষতা বিকাশ কৰ্মশালা অনুষ্ঠিত আয়োজন কৰা হৈছে।উক্ত কৰ্মশালাত প্ৰথম দিনা পশু পালন যেনে গৰু,ছাগলী,গাহৰি ,হাঁহ-কুকুৰা কেনেকৈ পালন কৰি কেনেকৈ স্বাৱলম্বী হব পাৰি সেই উদ্দেশ্যে ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ হয়।ঠিক সেইদৰে দ্বিতীয় দিনা কৃষি প্ৰযুক্তি আৰু উদ্যান শস্য ওপৰত প্ৰশিক্ষণ দিয়া হব।ঠিক সেই দৰে তৃতীয় দিনা কৰ্মশালা অনুজাৰী বিজ্ঞানসন্মত ভাবে মীন পালন পদ্ধতিৰে ছাত্ৰ ছাত্ৰী সকলে নিজৰ লগতে ঘৰখনকো কেনেকৈ আৰ্থিক দিশত কেনেকৈ টনকিয়াল কৰিব পাৰিব সেই উদ্দেশ্যে লাহোৱাল মহাবিদ্যালয় উদ্যোগ পুনঃপ্ৰথমবাৰ বাবে এই কৰ্মশালা অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে এই তিনিদিনীয়া কৰ্মশালৰ যোগেদি স্বাৱলম্বী হবলৈ পাৰিব নে নাই সেয়া সময়ত লক্ষণীয় হব।

Related Articles