ছিপাঝাৰ ৰাজহ চক্ৰ অন্তৰ্ত খলিহৈ পথাৰৰ কিৰিংবৰি গাঁৱলৈ ননৈ নদীৰ ওফন্দি অহা বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াই আনিছে।
ননৈ নৈয়ে বৃহত্তৰ খলিহৈ, কিৰিংবৰীলৈ ভাবুকি কঢ়িয়াই অনাৰ সমান্তৰালভাবে গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে।

খহনীয়া ৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে কৃষিভূমি খিনিও চিৰ দিনলৈ হেৰুৱাব অঞ্চলটোৰ কৃষক ৰাইজে।

