Breaking

ছবিনা খাতুনৰ বিবাহপাশত আৱদ্ধ হ’ল শুকুৰ আলী!

0 2,311

ধুবুৰীৰ বিশেষ চৰ্চিত শুকুৰ আলীৰ বিয়া । গোসাইগাওঁ গাওঁ মহকুমাৰ ডিংডিঙ্গা – ঠাকুৰপুৰ গাঁৱৰ ছোৱালী ছবিনা খাতুনৰ লগত বিয়া হয় ধুবুৰীৰ বিশেষ চৰ্চিত শুকুৰ আলীৰ। বিগত লোকসভা নিৰ্বাচনত প্ৰাৰ্থী হিচাপে থিয় দিছিল শুকুৰ আলীয়ে। তাৰপাচতে চৰ্চিত হৈ পৰে শুকুৰ আলী ।

সোমবাৰে নিশা বৈবাহিক জীবনৰ পাতনি মেলে শুকুৰে । তেওঁৰ বিয়াত আহিব ছি এম ছাৰ ! সেই বাবে শুকুৰে সাংবাদিকৰ আগত একো নকয় ।

Leave A Reply