আজি CRPFৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস…

আজি CRPFৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিবছৰে ২৭ জুলাইত পালন কৰা হয় CRPF দিৱস।

১৯৩৯ চনৰ পৰা পালন কৰি অহা হৈছে এই দিৱস। দেশৰ বিভিন্ন প্ৰান্তত CRPFৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।

টুইটযোগে CRPF জোৱানসকলক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

Related Articles