বেংক অৱ বৰোদাৰ কাৰেঞ্চি চেষ্ট মুকলি…

বেংক অৱ বৰোদাৰ যোৰহাট শাখাই শনিবাৰে গ্ৰাহকৰ বাবে মুকলি কৰে কাৰেঞ্চি চেষ্ট। কলকাতা খণ্ডৰ পৰিচালন সঞ্চালক সঞ্জয় কুমাৰ তিৱাৰীৰ উপস্থিতিত মুকলি কৰা কাৰেঞ্চি চেষ্টে গ্ৰাহকক যথেষ্ট উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানটোত বেংক বিষয়া দেৱাশীষ বাকসীকে ধৰি অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Related Articles