August 27, 2023 অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা… Share FacebookXWhatsAppTelegramKooEmail অনিৰ্দিষ্টকাললৈ বন্ধ মাজুলীৰ কমলাবাৰী-নিমাতী ফেৰী সেৱা। বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। বাঢ়নী পানীত ডুব গৈছে ফেৰীৰ ৰেম্প। আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সাময়িকভাৱে বন্ধ কৰিছে ফেৰী সেৱা। Author: দৈনন্দিন বাৰ্তা Related Articles প্ৰথম বাহিনী সশস্ত্ৰ সীমা বল, সোণাপুৰৰ বাহিনী মুখ্য কাৰ্যালয় আৰু সকলো কোম্পানীত সতৰ্কতা সজাগতা সপ্তাহ-২০২৬ৰ শুভাৰম্ভ দৈনন্দিন বাৰ্তা - October 26, 2026 গুৱাহাটীত প্ৰথমবাৰৰ বাবে কেন্সাৰ চাৰভাইভৰচিপ কনফাৰেন্স দৈনন্দিন বাৰ্তা - October 26, 2026 জনকল্যাণ ছ’চাইটী আৰু সাংস্কৃতিক বিদ্যালয়, অসমৰ উদ্যোগত সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহত সম্বদ্ধৰ্না অনুষ্ঠানঃ গৱেষক, বিজ্ঞানী ডাঃ সুদৰ্শিনী নাথক বিশেষ সম্বৰ্ধনা দৈনন্দিন বাৰ্তা - October 26, 2026