August 30, 2023 অংকিতা দত্তলৈ পুনৰ CBIৰ চমন… Share FacebookTwitterWhatsAppTelegramKooEmail অংকিতা দত্তলৈ পুনৰ CBIৰ চমন। আজি কলকাতাস্থিত CBI কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ। সাৰদা কেলেংকাৰিৰ গোচৰত হাজিৰ হোৱাৰ নিৰ্দেশ। প্ৰয়াত পিতৃ অঞ্জন দত্ত মালিকানাধীন অনুভূতি প্ৰিণ্টাৰ্ছৰ নাম সাঙোৰ খোৱাৰ বাবে অংকিতাক তলব। Author: দৈনন্দিন বাৰ্তা Related Articles অম্বুবাচী উপলক্ষে চাফাই কাৰ্যসূচীৰ বুজ ল’লে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে দৈনন্দিন বাৰ্তা - June 24, 2026 দলঙত পত্নীৰ জন্মদিন পাতি গ্ৰেপ্তাৰ ব্যৱসায়ী দৈনন্দিন বাৰ্তা - June 23, 2026 জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণত অনিশ্চয়তা দৈনন্দিন বাৰ্তা - June 23, 2026