মঙলদৈৰ জলজলী কুমাৰপাৰা গাঁৱত অঘটন ! মাহ-প্ৰসাদ খাই অসুস্থ প্ৰায় ২৫জনকৈ লোক…

মঙলদৈৰ জলজলী কুমাৰপাৰা গাঁৱত অঘটন। মাহ-প্ৰসাদ খাই অসুস্থ প্ৰায় ২৫জনকৈ লোক।

বুধবাৰে কুমাৰগাঁৱৰ এঘৰত অনুষ্ঠিত হৈছিল সত্যনাৰায়ণ পূজা।

পেটৰ বিষ, মূৰ ঘূৰণি, বমি আদিত আক্ৰান্ত হৈছে লোকসকল। আক্ৰান্তসকলক জলজলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।

Related Articles