September 5, 2023 তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ… Share FacebookTwitterWhatsAppTelegramKooEmail তামুলপুৰৰ লতিবাৰীত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঅঞ্চললৈ ওলাই অহা এটা হাতীৰ জাকে লতিবাৰী অঞ্চলৰ পূৱ কচুকাটা তথা ২ নং বেটাগাঁৱত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ ঘৰ-বাৰী ধ্বংস কৰে। Author: দৈনন্দিন বাৰ্তা Related Articles সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - August 20, 2026