September 7, 2023 আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ… Share FacebookTwitterWhatsAppTelegramKooEmail ৰাজ্যৰ ঠায়ে ঠায়ে গৰমে দহিছে ৰাইজক। আনফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে লৈছে সংহাৰী ৰূপ। ইয়াৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক তিনি চাৰি দিনলৈ হ’ব ভয়ংকৰ ধুমুহা-বৰষুণ। অসমৰ সকলো জিলালৈ বৰষুণৰ এলাৰ্ট। Author: দৈনন্দিন বাৰ্তা Related Articles সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - August 20, 2026