বৃহত্তৰ চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সন্মিলনৰ স্মৃতিগ্ৰন্থ “জ্যেষ্ঠ প্ৰভা”উন্মোচন কৰা হয়।

ডা৹ অঞ্জনজ্যোতি চৌধুৰী আছিল মুখ্য অতিথি আৰু শ্ৰী বাণেশ্বৰ খাওণ্ড নিৰ্দিষ্ট বক্তা।

গাম্ভীৰ্যপূৰ্ণ সভা খনৰ বাবে উদ্যোক্তা সকলৰ শলাগ ল’বলগীয়া। সন্ধিয়া পৰিবেশিত সান্ত্বনা দাস বৰ্মন ৰচিত আৰু পৰিচালিত “বৃদ্ধাশ্ৰমত অন্তৰংগ আলাপ “নাটকৰ প্ৰদৰ্শন কৰা হয়।

