September 12, 2023 দুৰ্নীতি নিবাৰক শাখাৰ জালত দৰং জিলাৰ কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ… Share FacebookTwitterWhatsAppTelegramKooEmail দুৰ্নীতি নিবাৰক শাখাৰ জালত দৰং জিলাৰ কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ। দুৰ্নীতি নিবাৰক শাখাই আটক কৰে বিষয়াগৰাকীক। তিনি হাজাৰ টকা ঘোচ লৈয়ে জালত বিষয়াগৰাকী। Author: দৈনন্দিন বাৰ্তা Related Articles ৰাভা দিৱসত কলাগুৰুলৈ একাজলি শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৈনন্দিন বাৰ্তা - June 20, 2026 ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা ড° বিপুল দাসক সম্বৰ্ধনা জ্ঞাপন দৈনন্দিন বাৰ্তা গোষ্ঠীৰ পৰিচালন সঞ্চালক তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক... দৈনন্দিন বাৰ্তা - June 19, 2026 ২৪ জুনলৈ উত্তৰ-পূবত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা দৈনন্দিন বাৰ্তা - June 19, 2026