September 24, 2023 আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী… Share FacebookTwitterWhatsAppTelegramKooEmail আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মজয়ন্তী। জন্মজয়ন্তী উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। হৰি নামৰ ভক্তি ৰসেৰে মুখৰিত হৈ পৰিছে বটদ্ৰবা। Author: দৈনন্দিন বাৰ্তা Related Articles সুন্দৰকৈ সজাই পৰাই তুলিছে এটি ভোটগ্ৰহণ কেন্দ্ৰ… দৈনন্দিন বাৰ্তা - April 9, 2026 বিতৰকক পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত ৰখাৰ নিৰ্দেশ… দৈনন্দিন বাৰ্তা - April 8, 2026 Assam Election 2026: কাইলৈ ৰাজ্যত অসমত বিধানসভা নিৰ্বাচন দৈনন্দিন বাৰ্তা - April 8, 2026