October 30, 2023 প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান… Share FacebookTwitterWhatsAppTelegramKooEmail কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকীৰ দেহাৱসান। ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। নিশা ১.৩৬ বজাত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ। ১৬ অক্টোবৰৰ পৰা GMCHত চিকিৎসাধীন হৈ আছিল প্ৰাক্তনমন্ত্ৰীগৰাকী৷ Author: দৈনন্দিন বাৰ্তা Related Articles সৰ্বভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পৰীক্ষাত উজলিল আমিনগাঁৱৰ সাগৰিকা গাৰ্গী দৈনন্দিন বাৰ্তা - August 21, 2026 উজনিৰ বানবিধ্বস্ত আৰ্তজনৰ কাষত দ্য গ্ৰেট খালি দৈনন্দিন বাৰ্তা - August 20, 2026 খানাপাৰা–যোৰাবাটত প্ৰতিবাদঃ মেঘালয়ৰ বাহন অসমত প্ৰৱেশত বাধা দৈনন্দিন বাৰ্তা - August 20, 2026