জামুগুৰিহাট, ২৬নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰে নতুনকৈ প্ৰণয়ন কৰিবলৈ লোৱা বিদ্যুৎ আইনৰ বিৰুদ্ধে আজি প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলাৰ জামুগুৰি বিদ্যুৎ উপসংমণ্ডৰ বিষয়া কৰ্মচাৰী সকলেও । নতুন বিদ্যুৎ আইন অনুসৰি সমগ্ৰ বিদ্যুৎ খণ্ডটো যিহেতু ব্যক্তিগত কৰণ কৰিবলৈ লোৱা হৈছে তাৰ ফলত বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী ক্ষতিগ্ৰস্ত হোৱাৰ সামন্তৰালকৈ গ্ৰাহক ৰাইজো বিপদৰ সন্মুখীন হ’ব কিয়নো ইয়াৰ ফলত গ্ৰাহক ৰাইজে অত্যাধিক হাৰত বিদ্যুৎ মাচুল প্ৰৰিশোধ কৰিব লাগিব । দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰখনে যিহেতু এই আইনৰ বিৰোধিতা কৰিছে গতিকে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ এই জনবিৰোধী নতুন বিদ্যুৎ আইনৰ বিৰোধিতা কৰিবলৈ বিদ্যুৎ উপসংমণ্ডটোৰ কৰ্মচাৰী সকলে দাবী জনাইছে । পুৱা ১০বজাৰ পৰা বিয়লি ৩বজালৈ বিদ্যুৎ বিভাগৰ কাৰ্য্যালয়ত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- শিল্পী, লেখিকা অনিমা বৰুৱা শৰ্মাৰ প্ৰথম মৃত্যুবাৰ্ষিকীত স্মৃতিচাৰণ
- মহানগৰীৰ বেলতলাত মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী সভা..
- অসম ক্ৰিকেটৰ স্ক’ৰাৰসকলৰ এডভান্সড ৰিফ্ৰেছাৰ ক’ৰ্চ…
- টুপামাৰীত চিকিৎসক অবিহনে চলিছে চিকিৎসালয় ! চিকিৎসক নিয়োগৰ দাবী…
- পিতৃ-মাতৃৰ এই সমূহ ভুলৰ বাবেই শিশুৰ ডায়েবেটিছ হয়, আপুনিও জানি লওক…
- হিউ ক্রিয়েটিভ বন্দিং নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত EUCOSIA 1.0″ নামেৰে সর্বভাৰতীয় পৰ্যায়ৰ চিত্রকলাৰ প্রদৰ্শনী…
- অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ বিয়োগ…
- গৰমৰ দিনত শৰীৰৰ বাবে নেমুটেঙা কিমান প্ৰয়োজনীয় জানক…
- গৰমত বিদ্যুতৰ বিল বাঢ়িছে নেকি? বিদ্যুৎ কেনেকৈ ৰাহি কৰিব জানি লওক…
- অসমৰ বাবে ভাল খবৰ ! ড০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আন্তৰ্জাতিক সন্মান ‘গ্রীণ অস্কাৰ গ’ল্ড বঁটা’…