Breaking

এগৰাকী বিবাহিত লম্পটে প্ৰেমৰ চলনাৰে ১৫ বছৰীয়া কিশোৰীক ধৰ্ষণ……

0 1,375

ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জ্বানত কৰা ঘটনা সংঘটিত হৈছে । বাক্সাৰ বাগানপাৰাৰ বৰিকাদঙা তীব্ৰ উত্তেজনা এগৰাকী বিবাহিত লম্পটে প্ৰেমৰ চলনাৰে ১৫ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ । একাংশ উত্তেজিত ৰাইজৰ ৰোষত ধৰ্ষনকাৰী পাষণ্ড প্ৰদীপ দাস ।

উত্তেজিত ৰাইজে উত্তম মাধ্যম দি পাষণ্ডক গতালে বাগানপাৰা আৰক্ষীক । নলবাৰীৰ লাউদলৰ বাসিন্দা প্ৰদীপ দাসে গাড়ীৰ হেণ্ডিমেনৰ সূত্ৰে কিশোৰী গৰাকীৰ সৈতে চিনাকী হৈছিল । পাষণ্ড প্ৰদীপ দাসৰ শাস্তিৰ দাবীত বাগানপাৰা আৰক্ষী চকীত ৰাইজৰ ভীৰধৃত লম্পটোৱে দীৰ্ঘদিন ধৰি কিশোৰী গৰাকীক শাৰীৰিক সম্পৰ্ক কৰি আহিছেবাগানপাৰা আৰক্ষীয়ে ইতিমধ্যে লম্পটোক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । কিশোৰীগৰাকীৰ সৈতে অপকৰ্ম কৰাৰ কথা স্বীকাৰ কৰে ।

Leave A Reply