Breaking

চাপৰ ফলিমাৰীৰ বেলতলীৰ গাঁৱৰ এগৰাকী নাবালিকা নিৰুদ্দেশ

0 1,541

চাপৰ ফলিমাৰীৰ বেলতলীৰ গাঁৱৰ এগৰাকী নাবালিকা নিৰুদ্দেশ

ঈদৰ দিনাই নিৰুদ্দেশ হয় ছোৱালীজনী

ইতিমধ্যে ঘটনা সংক্ৰান্তত চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ

অভিযোগ মতে বঙাইগাঁও জিলাৰ দূৰ্গামাৰী গাঁৱৰ নুৰ মহম্মদৰ বিবাহিত পুত্ৰ জাহিদুল ইছলামে পলুৱাই লৈ বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ পৰিয়ালৰ

পৰিয়ালৰ লোকে উপান্তৰ হৈ কাষ চাপিলে সাংবাদিকৰ

Leave A Reply