বঙাইগাঁৱৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত সাজালপাৰৰ ৰিনা বৰ্মণ নামৰ এগৰাকী মহিলা নিৰুদ্দেশ

বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত সাজালপাৰৰ হৰগোবিন্দ বৰ্মণৰ জিয়ৰী আজি ৰাতি পুৱা ৬ বজাৰ পৰা নিজ ঘৰৰ পৰা নিৰুদ্দেশ।

পৰিয়ালৰ লোকে বহুত বিচাৰি নোপোৱাত অৱশেষত সংবাদ মাধ্যমৰ কাষ চাপিবলৈ বাধ্য হৈছে।

কোনো সদাশয় ব্যক্তিয়ে মানসিকভাবে বিকাৰগ্ৰস্ত মহিলা গৰাকীক লগ পালে পৰিয়ালৰ লোকেৰ মোবাইল নম্বৰত 9682571035 খবৰ দিয়াৰ বাবে আহ্বান জনাইছে পৰিয়ালৰ লোকে।

Related Articles