Breaking

ভয়ংকৰ পথ দুৰ্ঘটনা!

0 27

ওদালগুৰি জিলা পানেৰি থানা অন্তৰ্গত পানেৰিত UT পথত ভয়ংকৰ পথ দুৰ্ঘটনা। চালক সহ দুজন লোক গুৰুতৰ ভাৱে আহত । আহত লোক কেইজন বৰ্তমান GMCH চিকিৎসাধীন ।

উল্লেখ্য যে AS01MC1655  নম্বৰৰ ভোৱানীপুৰৰ বলেৰো পিকআপ বাহনখন  । চালক সহ দুজন লোক গুৰুতৰ ভাৱে আহত বৰ্তমান GMCH চিকিৎসাধিন।””উল্লেখ্য যে AS01MC1655  নম্বৰৰ ভোৱানীপুৰৰ বলেৰো পিকআপ বাহনখন দেওবাৰে নিশা ১০ বজাত টংলাৰ পৰা ভোৱানীৰ অভিমুখে ওদালগুৰি তামুলপুৰ UT ঘাই পথেদি গৈ আছিল। কিন্তু হঠাৎ পানেৰি  চাহ বাগিচাৰ নিকটৱৰ্তী  UT পথত আকস্মিক ভাৱে বলেৰো পিকআপ বাহনখনৰ চকাত জাম হৈ  চুচুৰী গৈ বাহনখন গছত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। উল্লেখ্য যে, গাড়ী খনৰ গৰাকীৰ পৰা জানিব পৰা যায়।

Leave A Reply