Breaking

পুনৰ সমাজক লজ্যানত কৰা জঘণ্য ঘটনা ,তিনিমহীয়া পুত্ৰ সন্তানৰ মাতৃক স্বামী গৃহৰ নিৰ্যাতন

0 118

ডেৰ বছৰমান পূৰ্ৱে সুপাৰী ঘাট গাওঁৰ বাসিন্দা অমৃকা চৌধাৰীৰ কন্যা দীপালী সৰকাৰে আশাৰীকান্দিৰ ভাঙাৰ পাৰ গাওঁৰ বিজয় সৰকাৰৰ পুএ বিপুল সৰকাৰৰ লগতে ভালপাই বিবাহ পাশত আবদ্ব হৈছিল ৷বিয়াৰ পাছৰ পৰাই পত্নী দীপালী সৰকাৰ সৈতে স্বামী বিপুল সৰকাৰ আৰু পৰিয়ালৰ লোকে শাৰীৰিক মানসিক ভাৱে নিৰ্য্যাতন চলাই আহিছে ৷পিছ মুৰ্হুত্বত দিপালী সৰকাৰৰ সংশাৰত এটি পুত্ৰ সন্তান জন্ম দিয়ে ৷

জন্ম লাভ কৰা পুএ সন্তানটি স্বামী বিপুলৰ নহয় বুলি সন্দেহ কৰি দিপালীৰ ওপৰত অকথ্য নিৰ্যাতন চলাই যায় স্বামী গৃহই ৷দিপালীয়ে পুএ সন্তানটি জন্ম দিয়াৰ ৬ দিনমান পাছত স্বামী গৃহৰ অকথ্য নিৰ্যাতন সহ্য কৰিব নোৱাৰি দিপালীয়ে কনমানি পুএ সন্তানটিলৈ পিতৃ গৃহলৈ গুচি আহেএনে কি দিপালীৰ ঘৰতে গৈ স্বামী বিপুল সৰকাৰে নিজৰ সন্তান নহয় বুলি সন্দেহ কৰি বেয়াকৈ মাৰ পিট কৰে ৷যোৱাকালি দিপালীৰ মাতৃৰ মৱাইলত দিপালীৰ স্বামী বিপুল সৰকাৰে কিছুমান বেয়া মেছেজ প্ৰেৰন কৰে ৷

এই সন্দৰ্ভত আলমগঞ্জ বজাৰত থকা স্বামী বিপুল সৰকাৰ দোকানত দিপালীয়ে মাতৃক দিয়া বেয়া মেছেজ বোৰ দেখুৱাবলৈ যায় ৷কিন্তু স্বামী বিপুলে তেওঁৰ পিতৃৰ আদেশ মৰ্মে দিপালী বজাৰৰ মাজমজিয়াত বেয়াকৈ মাৰপিট কৰে ৷পাছত এই সন্দৰ্ভত দিপালী সৰকাৰে গৌৰীপুৰ আৰক্ষী থানাত স্বামী বিপুল সৰকাৰ শহুুৰ বিজয় সৰকাৰৰ নামত এখন এজাহাৰ দাখিল কৰে ৷

Leave A Reply