Breaking

দ্বিতীয়বাৰৰ কাৰণে বাতিল হ’ল অমৰনাথ যাত্ৰা

0 2,055

দ্বিতীয়বাৰৰ কাৰণে বাতিল হ’ল অমৰনাথ যাত্ৰা

দেশত কৰ’নাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত

শ্ৰী অমৰনাথ শ্ৰীণ ব’ৰ্ড আৰু ৰাজ্য চৰকাৰৰ মাজত হৈছিল আলোচনা

জম্মু কাশ্মীৰৰ চৰকাৰে এই বিষয়ে জাৰি কৰিছে নিৰ্দেশনা

Leave A Reply