Breaking

ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন অমিত শ্বাহৰ…

0 60

গৃহ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা মতে, ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতি পুনৰীক্ষণৰ বাবে কুচ ভ্ৰমণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে প্ৰথমে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশী জৰীপ কৰিব আৰু কুচ, আৰু মাণ্ডভিৰ জাখাউ বন্দৰ ভ্ৰমণ কৰিব বুলি পিটিআইৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

আশ্ৰয় গৃহতো অমিত শ্বাহে ঘূৰ্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্তসকলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

পিছত তেওঁ ভূজৰ স্বামী নাৰায়ণ মন্দিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তসকলৰ মাজত বিতৰণ কৰা খাদ্য আৰু অন্যান্য সা-সুবিধাসমূহ পৰ্যালোচনা কৰিব বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

Leave A Reply