Breaking

আজিৰে পৰা ৰাজ্যজুৰি ‘অমৃত কলহ যাত্ৰা’…

0 96

আজিৰে পৰা ৰাজ্যজুৰি ‘অমৃত কলহ যাত্ৰা’। ‘মোৰ মাটি মোৰ দেশ’ শীৰ্ষক কাৰ্যসূচীৰ অধীনত এই যাত্ৰা। প্ৰতিটো বাসগৃহৰ পৰা সংগ্ৰহ কৰা হ’ব এমুঠি মাটি।

মাটি দিব নোৱৰা মহানগৰীৰ ফ্লেটৰ পৰা লোৱা হ’ব এমুঠিকৈ চাউল। প্ৰতিখন গাঁও পঞ্চায়ত, পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডত এই অনুষ্ঠান। ১ অক্টোবৰলৈ চলিব ‘অমৃত কলহ যাত্ৰা’।

২৮ অক্টোবৰত সকলো অমৃত কলহৰ মাটি নতুন দিল্লীলৈ প্ৰেৰণ কৰা হ’ব।

Leave A Reply