যোৱা ২০ জুন ৰবিবাৰে ভূৰাগাঁৱৰ বালিডোঙাত সংঘটিত হৈছিল এক নৃশংস ঘটনা।এগৰাকী ৯ বছৰীয়া কন্যাশিশুক প্ৰথমে ধৰ্ষণ তাৰ পিছত নৃশংসভাৱে হত্যা কৰি পেলাই থৈছিল মৰাপাট খেতিৰ মাজত। উক্ত ঘটনাৰ ৬ দিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। শুক্ৰবাৰে ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লবলৈ ভূৰাগাঁৱত উপস্থিত হয় ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ভুক্তভোগী পৰিয়ালটোৰ সৈতে বাৰ্তালাপ কৰি শীঘ্ৰেই অপৰাধীক গ্ৰেপ্তাৰৰ আশ্বাস দিয়ে মূখ্যমন্ত্ৰী গৰাকীয়ে। আজি আমছুৰ এটা সজাতি দলে ভুক্তভোগী পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ ফাষ্ট্ৰেক আদালতৰ জৰিয়তে অপৰাধীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনোৱাৰ লগতে ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ বুজ লবলৈ ভূৰাগাৱঁত মূখ্যমন্ত্ৰী উপস্থিত হোৱাৰ বাবে ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Sumi-Tarkik Surrender: আজি চুমি-তাৰ্কিকে কৰিব আত্মসমৰ্পণ!
- IIT guwahati: ছাত্ৰসমাজৰ প্ৰতিবাদত সেও মানি IIT গুৱাহাটী ডীনৰ পদত্যাগ
- Online trading scam: ট্ৰেডিঙৰ জৰিয়তে প্ৰবঞ্চনা কৰা কাকো ৰেহাই দিয়া নহ’বঃ পীয়ূষ হাজৰিকা
- Benefits of eating neem leaves:খালী পেটত নিম পাত চোবাই খালে হ’ব স্বাস্থ্যৰ ১০ টা উপকাৰ
- North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত
- Distinguished Business Honours :কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা আগবঢ়োৱা হয় বিশিষ্ট ব্যৱসায়িক সন্মান
- Sankor jyoti Baruah: আছুৰ মজিয়াত খলকনি! শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ সমুজ্জল ভট্টাচাৰ্যৰ
- Dubai Princess Launches New Perfume Line Divorce: স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পিছতেই ডুবাইৰ ৰাজকুমাৰীয়ে মুকলি কৰিলে PERFUMEৰ নতুন ব্ৰেণ্ড DIVORCE
- Assam’s Online Trading Scam: মুখ্যমন্ত্ৰীৰ আহ্বান অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চকক যেতিয়ালৈকে আৰক্ষীয়ে ধৰিব নোৱাৰে তেতিয়ালৈকে বাতৰি পৰিবেশন কৰি থাকক
- India world’s biggest plastic polluter : বিশ্বত সৰ্বাধিক প্লাষ্টিক প্ৰদূষণৰ সৃষ্টি ভাৰতত