Breaking

শিলসাঁকোত অঘটন ! মহিলাই ল’লে চৰম সিদ্ধান্ত

0 99

গুৱাহাটীৰ শিলসাঁকোত চলি আছে উচ্ছেদ অভিযান। শিলসাঁকো বিল মুক্ত কৰাৰ পন প্ৰশাসনৰ। আজি দ্বিতীয় দিনাও প্ৰশাসনৰ বুলড’জাৰ চলিছে অবৈধ অট্টালিকাৰ ওপৰত। উচ্ছেদ চলি থকা সময়তেই আজি এটা অট্টালিকাৰ পৰা জপিয়াই এগৰাকী মহিলাই আত্মহত্যাৰ পথ বাচি লোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৃহৎত নিৰাপত্তাবেহু ফালি মহিলা গৰাকী কেনেদৰে অট্টালিকাৰ ওপৰলৈ গ’ল তাক লৈও চলিছে চৰ্চা। কাইলৈ মৃত্যুক আকোৱালি লোৱা মহিলাগৰাকীৰ গৃহটো উচ্ছেদ কৰাৰ কথা আছিল বুলি উচ্ছেদিত জনতাই জানিবলৈ দিয়ে।

Leave A Reply