Breaking

এক আক্ৰমণাত্মক পৰিৱেশ!ৰাছিয়াক প্ৰত্যুত্তৰ দিবলৈ সাজু ইউক্ৰেইন!

0 5,194

পুনৰ যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি!এক আক্ৰমণাত্মক পৰিৱেশ!ৰাছিয়াক প্ৰত্যুত্তৰ দিবলৈ সাজু ইউক্ৰেইন,বিজয় হ’বনে ইউক্ৰেইন? ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত পোনপটীয়া সামৰিক আক্ৰমণ আৰম্ভ কৰিছে।ইমানেই নহয় ৰাছিয়াই ইউক্ৰেইনৰ সেনাক অস্ত্ৰ-সম্বৰণ কৰিবলৈও আহ্বান জনাইছে।আনহাতে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই মন্তব্য কৰি কৈছে ‘ইতিমধ্যে ইউক্ৰেইনৰ শান্তিপূৰ্ণ চহৰসমূহত আক্ৰমণ কৰিছে, এয়া এক আক্ৰমণাত্মক যুদ্ধ।

‘ইউক্ৰেইনে নিজকে ৰক্ষা কৰিব আৰু বিজয় সাব্যস্তো কৰিব’,ইতিমধ্যে ৰাছিয়াৰ বিৰুদ্ধে সাজু হৈ উঠিছে ইউক্ৰেইন’ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ কিছু মুহূৰ্তৰ পাছতে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবায়ে এইদৰে মন্তব্য কৰে।আনহাতে ৰাছিয়া সেনাৰ বৃহৎ দলে ক্ৰিমিয়া হৈ ইউক্ৰেইনত প্ৰৱেশ কৰিছে।

Leave A Reply