Breaking

মণিপুৰৰ উখৰুলত পুৱা ৬.১৪ বজাত সংঘটিত হয় ৪.০ প্ৰাবল্যৰ ভূমিকম্প…

0 73

মণিপুৰৰ উখৰুলত ৪.০ প্ৰাবল্যৰ ভূমিকম্প। শনিবাৰে পুৱা ৬.১৪ বজাত সংঘটিত হয় এই ভূমিকম্প।

শনিবাৰে পুৱা মণিপুৰৰ উখৰুলত ৪.০ প্ৰাবল্যৰ ভূমিকম্পৰ সৃষ্টি হয়।

এই কথা জনাইছে নেচনেল চেণ্টাৰ ফৰ ছিজম’লজী (এনচিএছ)য়ে।

শনিবাৰে পুৱা ৬.১৪ বজাত সংঘটিত হয় এই ভূমিকম্প।

ইয়াত আৰু কোৱা হৈছে যে ভূমিকম্পৰ গভীৰতা ১০ কিলোমিটাৰ আছিল।

Leave A Reply