Breaking

পুনৰ এক ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য…

0 87

পুনৰ এক ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে কঁপাই গ’ল ৰাজ্য। পুৱা কিছু সময় পূৰ্বে ৰাজ্যখনত অনুভূত হয় এই ভূমিকম্পৰ জোকাৰণি।

আজি পুৱা ১০ বাজি ১৬ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্ততো অনুভূত হয় এই জোকাৰণি। এই ভূমিকম্পৰ জোকাৰণি উত্তৰ পূৰ্বাঞ্চলৰ আন স্থানৰ লগতে বাংলাদেশতো অনুভূত হৈছে। 

Leave A Reply