মাত্ৰ ৩ নম্বৰৰ বাবে স্থান লাভ নকৰিলে কলিয়াবৰৰ অৰ্হণা বৰকটকীয়ে৷ লগতে অৰ্হণা বৰকটকীয়ে মুঠ ৫৮২ নম্বৰ (৯৭%) লাভ কৰে। মাত্ৰ ০৩ নম্বৰৰ বাবে ছাত্ৰী গৰাকীয়ে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল।
অৰ্হণা বৰকটকীয়ে সাধাৰণ বিজ্ঞানত ১০০% আৰু সমাজ বিজ্ঞানত ১০০% নম্বৰ লাভ কৰে।
২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিশু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় ফলাফল এনেধৰণৰ-
শতকৰা উত্তীৰ্ণ – ১০০%
ডিষ্টিংচন – ৭ গৰাকী
ষ্টাৰ মাৰ্ক – ১৫ গৰাকী
প্ৰথম বিভাগ – ৩৩ গৰাকী
দ্বিতীয় বিভাগ – ২৯ গৰাকী
তৃতীয় বিভাগ – ১ গৰাকী
জ্যোতিস্মান সূতে উচ্চ গণিতত ১০০% নম্বৰ লাভ কৰে।

উল্লেখযোগ্য যে, এইবেলি কলিয়াবৰৰ ব্যক্তিগত খণ্ডৰ অগ্ৰণী বিদ্যালয়খনে উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ শ্ৰেণী সংযোগ কৰিছে।