Breaking

২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন

0 2,024

২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন । ২৮ ডিচেম্বৰৰ পৰা ৩০ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই অধিৱেশন ।  এই অধিৱেশনত ১২ খনকৈ বিধেয়ক উত্থাপনৰ সম্ভাৱনা। অধিৱেশনত বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপনৰ সম্ভাৱনা । অধিৱেশনৰ প্ৰথমদিনা অধ্যাদেশ, প্ৰতিবেদন দাখিলৰ লগতে উপস্থাপন কৰা হ’ব বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদনসমূহ ।

Leave A Reply