Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

লাহৰীঘাটৰ মহমাৰী পথাৰত ব্ৰহ্মপুত্ৰৰ তাণ্ডবলীলা

ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি পোৱাৰ লগে লগে লাহৰীঘাটত পুনৰ আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ ।লাহৰীঘাটৰ মহমাৰী পথাৰত যোৱা দুদিন ধৰি খহনীয়াই তাণ্ডৱলীলা আৰম্ভ কৰাত নৈ পৰীয়া লোকসকলৰ মাজত হাহাকাৰ লাগিছে। উল্লেখ্য যে যোৱা বৰ্ষত এই অঞ্চলত গৰাখহনীয়া হ্ৰাস
Read More...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাডাবেটত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিউ পইণ্ট উদ্বোধন…

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নাডাবেটত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিউ পইণ্ট উদ্বোধন কৰিছে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটৰ বনসকান্থা জিলাৰ নাদাবেটত ভাৰত-পাকিস্তান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ভিউ পইণ্ট উদ্বোধন
Read More...

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা৷এইবাৰ ডকাইতক এনকাউন্টাৰ আৰক্ষীৰ৷ডবকাত সংঘটিত হৈছে এই ঘটনা ৷চমচুল হক নামৰ ডকাইতৰ সু-ভৰিত গুলী আৰক্ষীৰ৷আঘাতপ্ৰাপ্ত ডকাইতটোক ডবকা চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে৷ডকাইতটোৰ ঘৰ লংকাৰ লস্কৰপথাৰত বুলি জানিব পৰা গৈছে৷এক
Read More...

সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰশংষণীয় পদক্ষেপ

সদৌ অসম ছাত্ৰ সন্থা সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা প্ৰশংষণীয় পদক্ষেপ ৷১১৮ নং দুলীয়াজান বিধান সভা সমষ্টি অন্তগত নকাৰি ভেকুলাজান গাওঁ পঞ্চায়তৰ অধীনৰ বায়নচুক ৱাদৰ নিৱাসী মনেশ্বৰ গগৈ আৰু সেউতী গগৈ বাসগৃহটো সদৌ অসম ছাত্ৰ সন্থা উদ্যোগত ,লগতে
Read More...

তীৰ্থনগৰী হাজোৰ চেঁচামূখ শালৈপাৰাস্থিত ট্ৰেনজিচন একাদেমীত ৫ দিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে বিহু…

পদূলিমূখত হেঁপাহৰ ৰঙালী বিহুটি।মাজত মাথো কেইটামান দিনহে বাকী। অসমীয়াৰ চোতাল পাবহি অসমীয়া জাতীয় জীৱনৰ হৃদয় স্পন্দন স্বৰূপ বহাগৰ বিহুটি । সাজু সকলো ।সকলোৰে মন প্ৰাণ আনন্দত নাচি উঠিছে ।ঢোল পেপা গগণাৰ শব্দত চৌদিশ ৰজনজনাইছে ।পিছপৰি ৰোৱা নাই
Read More...

গৌৰীপুৰৰ শুপাৰীঘাটত ব্ৰাউন ছুগাৰ সহ যুৱকক আটক

নিচা জাতীয় সামগ্ৰীয়ে গ্ৰাস কৰিছে নৱপ্ৰজন্মক । যাৰ সুবিধা লৈ এচাম দুষ্টচক্ৰই চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। গৌৰীপুৰৰ শুপাৰীঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাওঁৰক্ষী বাহিনী আৰু কাজিগাওঁ আৰক্ষীৰ যৌথ পহৰাত এজন যুৱকক সন্দেহযুক্ত ব্ৰাউন
Read More...

প্ৰতিকুল বতৰৰ মাজতো বাপতি সাহোন বিহুক লৈ সৰ্বত্ৰ পূৰ্ণোদ্যমে চলিছে আখৰা,সকলোৰে মাজত আজি খদমদম

প্ৰতিকুল বতৰৰ মাজতো বাপতি সাহোন বিহুক লৈ সৰ্বত্ৰ পূৰ্ণোদ্যমে চলিছে আখৰা , সকলোৰে মাজত আজি খদমদম।হেপাঁহৰ ৰঙালী বিহুটিক লৈ হাতত মাথো দুটামান দিনহেে বাকী।ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগৰবেৰাৰ যোগীপাৰা চুবুৰীতো চলিছে বিহুৰ অনুশীলন ,ঘৰৰ দহোবন
Read More...

প্ৰচণ্ড ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে ছিপাঝাৰৰ দুমুনীচকী অঞ্চলত

নিশা এক প্ৰচণ্ড ধুমুহাই তাণ্ডৱৰ সৃষ্টি কৰে ছিপাঝাৰৰ দুমুনীচকী অঞ্চলত।ধুমুহাৰ ফলত অঞ্চলটোৰ প্ৰায় ৫০ টাতকৈ অধিক পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হয়। ধুমুহাৰ প্ৰভাৱ ইমানেই আছিল যে ৰাজপথত প্ৰকাণ্ড গছ বাগৰি পৰাৰ লগতে উভালি পৰে বিদ্যুতৰ পকী
Read More...

বঙাইগাঁৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা…

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপুৰ্তি ( অমৃত মহোৎসৱ) উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বঙাইগাঁও জিলাৰ  উদ্যোগত  বঙাইগাঁও চহৰত এক ত্ৰিৰংগা যাত্ৰা উলিওৱা হয় ৷ মা বাঘেশ্বৰী মন্দিৰত দেৱীৰ চৰণত আশীষ
Read More...

তেজপুৰ বিশ্ববিদ্যালয়ত নীলপৱন বৰুৱাৰ চিত্ৰকলাৰে সংগ্ৰহালয় উদ্বোধন…

ৰাজ্যৰ সাম্প্ৰতিক কালৰ এগৰাকী বিশিষ্ট চিত্ৰশিল্পী পদ্মশ্ৰী নীলপৱন বৰুৱাৰ ৫৬ খন ভিন্নমাধ্যমৰে অংকিত চিত্ৰৰে গটা সংগ্ৰহালয় তেজপুৰ বিশ্ববিদ্যালয়ত আজি উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিঞ্চু বৰুৱাই৷উল্লেখযোগ্য যে,বিশ্ববিদ্যালয়ৰ সমাজ
Read More...