Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ কোম্পানীয়ে…

অসমৰ জল পৰিবহণ ব্যৱস্থাত অংশীদাৰিত্ব আগবঢ়াবলৈ আগ্ৰহ প্ৰকাশ কৰিছে নেদাৰলেণ্ডৰ বিভিন্ন আগশাৰীৰ কোম্পানীয়ে। নেদাৰলেণ্ড এম্বেছীৰ সহযোগত ডিব্ৰুগড়ত আয়োজন কৰিবলৈ লোৱা ৱাটাৰৱে’জ কনক্লেভ ২০২২ত অংশগ্ৰহণ কৰিব ১০টা ডাচ্চ কোম্পানীয়ে। নেদাৰলেণ্ডৰ
Read More...

মুছলপুৰত চুৰি বাইকসহ দুজনক গ্ৰেপ্তাৰ …

বাক্সা জিলাৰ মুছলপুৰত আজি আৰক্ষীয়ে চুৰি বাইকসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰামতে জিলাখনৰ মুছলপুৰ আৰক্ষী থানাৰ অধীনৰ নিকাছিত মমদ ব্ৰহ্ম নামৰ এজন যুৱকে এএছ-০১ইএফ-৪৫২৭ নম্বৰৰ এখন পালছাৰ  মটৰচাইকেল লৈ অঞ্চলটোত সন্দেহজনকভাৱে ঘূৰি থকা
Read More...

কাকপথাৰত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এখন ট্ৰাক জব্দ…

সম্প্ৰতি ৰাজ্যখনত উজনিৰ পৰা নামনিলৈ ধাৰাবাহিকভাৱে চোৰাং কাঠৰ বেহা অব্যাহত আছে যদিও বিভাগটো এই ক্ষেত্ৰত চকু মুদা ভাঁও ধৰি অহাহে পৰিলক্ষিত হৈছে। ইতিমধ্যে কিছুমান বনদস্যুৰ কবলত পৰি বহুতো মূল্যৱান কাঠৰ লালসাত পৰি বন ধ্বংস অভিযান চলাই আছে
Read More...

জন সমুদ্ৰত পৰিণত যোগীঘোপাৰ ঐতিহাসিক আশোকাষ্টমী স্নান- মহামেলা…

বঙাইগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ যোগীঘোপাৰ পুৰনী ফেৰী ঘাটৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অশোকাষ্টমী মেলা উপলক্ষে আজি ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতে জন সমুদ্ৰত পৰিণত কৰে মেলাস্হলী । আজি পুৱাৰে পৰা প্ৰতিকূল বতৰকো নেওচি অশোকাষ্টমী উপলক্ষে হাজাৰ
Read More...

চিৰাঙত প্ৰাক্তন এনডিএফবি সদস্যৰ আত্মসমৰ্পণ…

অপৰাধ চক্ৰৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ ধাৰাবাহিক এনকাউণ্টাৰ আৰু অভিযানৰ পিছত জিলাখনত অপৰাধ কাৰ্যৰ সৈতে জড়িত সকলৰ মাজত ত্ৰাসৰ সৃষ্টি হৈছে । যাৰ ফলত কিছুদিন পূৰ্বে ডকাইতি কাৰ্যত জড়িত তিনিজন অভিযুক্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য
Read More...

হাফিজ চৈয়ীদৰ পুত্ৰক সন্ত্ৰাসবাদী ঘোষণা ভাৰত চৰকাৰৰ…

দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ মুৰব্বী হাফিজ চয়ীদৰ পুত্ৰক সন্ত্ৰাসবাদী ঘোষণা কৰিছে ভাৰত চৰকাৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে পাকিস্তানৰ সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী হাফিজ চয়ীদৰ পুত্ৰ হাফিজ তালহা চয়ীদক বেআইনী (কাৰ্যকলাপ) প্ৰতিৰোধ
Read More...

অসম সাহিত্য সভাৰ উদ্যোগত ডিফুত সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ…

কাৰ্বি আংলং জিলাৰ ডিফুত জয়সিং দলৈৰ প্ৰেক্ষাগৃহত শণিবাৰৰ পৰা দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে প্ৰথম বাৰৰ বাবে ‘সাহিত্য-সংস্কৃতি আৰু সম্প্ৰীতি সমাৰোহ’ অনুষ্ঠিত হৈছে ৷ অসম সাহিত্য সভাৰ উদ্যোগত কাৰবি সাংস্কৃতিক সমাজ আৰু কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ
Read More...

চিৰাঙত শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্ত…

অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননী গোপাল মহন্তই শুকুৰবাৰে চিৰাং জিলাৰ বড়োবজাৰ আৰু চিদলী শিক্ষা খণ্ডৰ অন্তৰ্গত বল্লমগুৰি আৰু দোলোগাঁৱত নিৰ্মাণ হৈ থকা দুখন আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰে। ভ্ৰমণকালত তেওঁৰ লগতে চিদলী সমষ্টিৰ স্থানীয়
Read More...

পালাহপাৰা যুৱক সংঘৰ উদ্যোগত বিহু নৃত্য আৰু ঢোল বাদন কৰ্মশালা…

অসমী আইৰ প্ৰাণ বাপতি সাহোন ৰঙালী বিহু আদৰাৰ প্ৰস্তূতি আৰু নতুন প্ৰজন্মৰ মাজত বিহুৰ বৈশিষ্ট্য প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লক্ষ্যৰে বকোৰ শিংৰাত আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা। কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত শিংৰাত শিংৰা - পালাহপাৰা যুৱক
Read More...

চাবুৱাত বিহু সুৰক্ষা সমিতিৰ উদ্যোগত বিহু বিচাৰকৰ সমাৰোহ সম্পন্ন…

বিহু সুৰক্ষা সমিতি ,অসম চাবুৱা আঞ্চলিক বিহু সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিৰ তত্বাৱধানত জিলা ভিত্তিত এখনি বিহু বিচাৰকৰ সমাৰোহ আজি চাবুৱাত সফলতাৰে অনুষ্ঠিত হৈ যায়। চাবুৱা নগৰস্থিত নৰ্থ ইষ্টাৰ্ণ
Read More...