Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

ডেবিট কাৰ্ড অবিহনেও এটিএমৰ পৰা উলিয়াব পাৰিব ধন! কিন্তু কেনেকৈ?

দ্ৰুতগতিত ডিজিটেল হৈ আছে দেশৰ বেংকিং ব্যৱস্থা। পূৰ্বতে আপুনি বেংকলৈ গৈ টকা উলিয়াইছিল, তাৰ পিছত এটিএম কাৰ্ডে ব্যৱহাৰ কৰি টকা উলিয়াব পাৰিছিল। কিন্তু এতিয়া দেশৰ সকলো বেংকতে নতুন ব্যৱস্থা কাৰ্যকৰী হৈছে। এতিয়া আপুনি যিকোনো বেংকতে ইউ.পি.আই.
Read More...

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক ৩১বছৰৰ কাৰাদণ্ড…

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে ৩১বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। ইয়াৰ লগতে, আদালতে ছাইদক ৩লাখ ৪০হাজাৰ টকাৰ জৰিমনাও বিহে। বাতৰি অনুসৰি, হাফিজ ছাইদক আদালতে ২ টা সন্ত্ৰাসবাদী পুঁজিৰ গোচৰত দণ্ডিত
Read More...

এখন চহৰত নিষিদ্ধ লাউডস্পীকাৰ! কিন্তু কিয় জানেনে?

ভাৰতৰ ৰাজস্থানৰ এখন চহৰত নিষিদ্ধ কৰা হ’ল লাউডস্পীকাৰ। ৰাজস্থানৰ আজমেৰ প্ৰশাসনে সকলো ধৰ্মীয় অনুষ্ঠান আৰু সকলো ৰাজহুৱা স্থানত নিষিদ্ধ কৰিলে লাউডস্পীকাৰ। শব্দ প্ৰদূষণ প্ৰতিৰোধ কৰিবৰ বাবে এই সিদ্ধান্ত লৈছে ৰাজস্থান প্ৰশাসনে। চলিত মাহৰ ৭
Read More...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া এছিয় ম’হৰ গণনা আৰম্ভ…

বিশ্বৰ সৰ্বাধিক এছিয় ম’হ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে এছিয় ম’হৰ গণনা। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন সংমণ্ডল বিষয়া ৰমেশ গগৈয়ে জানিবলৈ দিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ নিজৰ নিজৰ বন শিবিৰ এলেকাত এছিয় ম’হৰ গণনা কৰিব
Read More...

অস্কাৰৰ পৰা ১০বছৰৰ বাবে নিষিদ্ধ হ’ল অভিনেতা উইল স্মিথ…

অস্কাৰৰ দৰে অনুষ্ঠানত ঘোষকৰ গাল চৰ শোধাই ১০বছৰৰ বাবে অস্কাৰ পৰা নিষিদ্ধ হল হলিউদ অভিনেতা উইল স্মিথ। ২০২২বৰ্ষত অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ বটাঁও লাভ কৰিছিল স্মিথে। অস্কাৰ বটা প্ৰদান নিশা ঘোষক হিচাপে থকা জনপ্ৰিয় কমেডিয়ান ক্ৰিজ ৰকৰ গালত চৰ
Read More...

নলবাৰী নাট্য মন্দিৰত “নলবাৰী আইডল” শীৰ্ষক অনুষ্ঠানৰ চূড়ান্ত প্ৰতিযোগিতা…

নলবাৰী জিলাৰ নাট্যমন্দিৰত ভাৰতীৰ সেনা বাহিনীৰ সৌজন্যত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে নলবাৰী আইডল শীৰ্ষক সংগীত প্ৰতিযোগিতাৰ অনুষ্ঠান । ভাৰতীৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত এই সংগীত অনুষ্ঠানত বৃহস্পতিবাৰে ছেমি ফাইনেল
Read More...

নলবাৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ গংগাপুখুৰীৰ স্থায়ী তোৰণ উন্মোচন…

নলবাৰী জিলাৰ বৰকুৰিহা গাঁৱত অৱস্থিত অসম বুৰঞ্জী খ্যাত পুণ্যতীৰ্থ গংগাপুখুৰীৰ এখন সুদৃশ্য স্থায়ী তোৰণ আনুষ্ঠানিক ভাৱে আজি উন্মোচন কৰা হয়। হাজো - নলবাৰী পথৰ দাতিত গংগাপুখুৰীলৈ যোৱা মূল পথত নিৰ্মিত তোৰণখন উন্মোচন কৰে অৱসৰ প্ৰাপ্ত
Read More...

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন…

অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অন্তৰ্গত অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ দ্বাৰা পৰিচালিত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক বিজ্ঞানভিত্তিক আৰ্হি প্ৰস্তুত, কুইজ ,আকস্মিক বক্তিতা, চিত্ৰাংকন ,আৰু
Read More...

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে :ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা নহয়- ই অফিচিয়েল লেঙ্গুৱেজহে: বিজেপিৰ মূল লক্ষ্য হ'ল হিন্দী হিন্দু হিন্দুত্ব: কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা জাপি দিয়াৰ বিৰোধিতাৰে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল আয়োজন কৰি বিজেপি-আৰ এছ এছক
Read More...

দলগাঁও ৰাজহ চক্ৰত ভূমি কেলেংকৰী, ভুৱা নামজাৰী কৰি মাটি বেদখল কৰাৰ অভিযোগ….

দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ শ্যামাবাৰী মৌজাৰ অধীনস্থ তথা মঙলদৈ সমষ্টিৰ অন্তৰ্গত ১নং গা ধোৱা চাপৰি গাঁৱত সংঘটিত হৈছে ভূমি কেলেংকাৰীৰ ঘটনা। অভিযোগ মতে  ১নং গা ধোৱা চাপৰি গাঁৱৰ মৃত জানিপ উদ্দিন দেৱানীৰ নামত থকা মাটি উত্তৰাধিকাৰী সুত্ৰে পুত্ৰ চাদেক
Read More...