Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

চামতাত ধৰ্মপুৰৰ ৩১ খন বিহু সমিতিলৈ ডেৰ লাখকৈ অনুদানৰ চেক বিতৰণ কৰিলে নলবাৰীৰ উপায়ুক্তই ….

কথা দি কথা ৰখা মানুহজনেই হল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষনা মৰ্মে কালি নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিৰ ৩১ খন বিহু সমিতিলৈ অসম চৰকাৰে আগবঢ়ায় ডেৰ লাখকৈ টকাৰ চেক প্ৰদান কৰা হয় ৷ ধৰ্মপুৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ চামতাৰ ৰূপকোঁৱৰ কলা
Read More...

লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ৩ দিনীয়া শিক্ষক প্ৰশিক্ষণ সুকলমে সম্পন্ন……

মৰিগাঁও জিলাৰ লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ ২০২২ -২০২৩  শিক্ষা বৰ্ষৰ বাবে শিক্ষক -শিক্ষয়িত্ৰীসকলৰ ৩ দিনীয়া শিক্ষক -প্ৰশিক্ষণৰ কাৰ্য্যসূচী সুকলমে সম্পন্ন হয়। ৭ এপ্রিলৰ পৰা অনুষ্ঠিত হোৱা শিক্ষক প্ৰশিক্ষণ কাৰ্য্যসূচীৰ উদ্বোধন
Read More...

সম্প্ৰতি অসমত আদৰ নাই অসমীয়া শিপিনীয়ে হাতেবোৱা ফুলাম বিহুৱানৰ…

অসমীয়া জাতিৰ সাতামপুৰুষীয়া ঐতিহ্য, সংস্কৃতি তথা অসমীয়া জাতিৰ জীৱন ধাৰনৰ প্ৰণালী সমূহ ক্ৰমান্ধয়েবিশ্বায়নৰ ধামখুমীয়াত পশ্চিমীয়া সংস্কৃতিৰ লগত উটি-ভাঁহি যোৱাৰ সন্ধিক্ষণতে বিগত বৰ্ষত ক’ৰোনা মহামাৰীয়ে অসম আৰু অসমীয়াৰ বাপতিসাহোন ৰঙালী
Read More...

সোণৰ কণী পৰা হাঁহলৈ পৰিণত  মিচিং স্বায়ত্ব শাসিত পৰিষদ ,একাংশ ঠিকাদাৰ আৰু জনপ্ৰতিনিধিৰ বাবে::

চৰকাৰৰ প্ৰতিটো বিভাগ নিকা আৰু স্বচ্ছ প্ৰশাসনেৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ লক্ষ্যৰে দিন-ৰাতিক একাষৰীয়া কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনতাৰ হিতে কাম কৰি থকাৰ মাজতে অনিয়ম-অনীতিয়ে ছানি ধৰিছে মিচিং স্বায়ত্ব শাসিত পৰিষদ চমুকৈ
Read More...

মাৰ্ঘেৰিটাত ১২৫ টা নামঘৰ একত্ৰিতহৈ চাৰিদিনিয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান…

বিশ্বৰ লগতে দেশত মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । তেনে সময়তে বিশ্ব শান্তি আৰু বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণৰ  বাবে গুৰুজনাৰ সৃষ্টি ভাগৱতখনি মাৰ্ঘেৰিটাৰ মহকুমাৰ নামঘৰসমূহৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ জম্মোৎসৱ, উদযাপন সমিতিৰ সৌজন্যত প্ৰায় ১২৫,টা
Read More...

যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে

আই পি এলত হাৰ্ডিক বাহিনীৰ বৃহৎ জয়।যুঁজি যুঁজিও পৰাজয়ৰ মালা পিন্ধিলে পঞ্জাব কিংছে ।ৰাহুল টেৱাতিয়াৰ ২ টাকৈ অভাৰ বাউণ্ডেৰীৰে গুজৰাট টাইটানছৰ বিজয় সাব্যস্ত ।শতকৰ বাবে ৪ ৰাণত থমকিল শুভমন গিল ।
Read More...

চাপৰ পৌৰ সভাৰ সভানেত্ৰী আৰু উপ সভাপতিৰ নাম ঘোষনা ….

চাপৰ পৌৰ সভাত শপত গ্ৰহণ অনুষ্ঠান বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষিত হল সভানেত্ৰী আৰু উপ সভাপতিৰ নাম সভাপতি হিচাপে নিৰ্বাচিত হয় বিউটি ৰায় আৰু উপ সভাপতি হিচাপে নিৰ্বাচিত হয় অৰুণ নাগ চাপৰ পৌৰ সভাৰ কক্ষত অনুষ্ঠিত হয় এই কাৰ্য্য সূচী ৮নন্বৰ
Read More...

তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত বিদ্যাৰ্থী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নৱম শ্ৰেণীৰ বিদ্যাৰম্ভ কাৰ্যসূচীৰ…

তীৰ্থনগৰী হাজোৰ বিষ্ণুপুৰস্থিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান বিদ্যাৰ্থী চিনিয়ৰ চেকেণ্ডাৰী স্কুলত নতুনকৈ সংযোজন হোৱা নৱম শ্ৰেণীৰ পাঠদান কাৰ্যৰ আজিৰ পৰা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয় ।আজি পুৱাৰ ভাগত শ্ৰেনী কোঠাৰ প্ৰৱেশদ্বাৰ মুকলি কৰে
Read More...

ইউজিচি নেট, গেটত উজলিল ইউএছটিএমৰ ৯৯ গৰাকী ছাত্ৰ-ছাত্ৰী…

বেক পলিচীৰ অন্তৰ্গত ইউএছটিএমৰ নেট, গেট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। ইউনিভাৰচিটী অব্‌ চায়েন্স এণ্ড টেকন’লজি মেঘালয়ে আজি এক সুন্দৰ অনুষ্ঠানত ২০২০-২০২১ ত নেট /গেট / জেআৰএফ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা উদযাপন কৰে, য’ত ‘পে-বেক পলিচী’ৰ
Read More...

কূটাঘাতৰ আশংকাঃ বিহুৰ বতৰতে শিৱসাগৰত দুমাহৰ বাবে ১৪৪ ধাৰা জাৰি…

বিহুৰ সময়ত উগ্ৰপন্থীয়ে কূটাঘাত সংঘটিত কৰাৰ আশংকা কৰিয়েই শিৱসাগৰত জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই ধাৰা জলিা খনত দুমাহৰ বাবে বাহাল থাকিব বুলি জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি শিৱসাগৰ জিলাত আজিৰ পৰা বলবৎ
Read More...