Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

নাইজেৰিয়ান সুৰক্ষা বাহিনীয়ে অপহৃত ১৮৭ জন ভুক্তভোগীক উদ্ধাৰ কৰে

নাইজেৰিয়াৰ নিৰাপত্তা বাহিনীয়ে দেশখনৰ উত্তৰ-পশ্চিমত এক অভিযানৰ জৰিয়তে সশস্ত্ৰ বাহিনীৰ দ্বাৰা অপহৃত ১৮৭ জন লোকক উদ্ধাৰ কৰিছে। আৰক্ষীয়ে এইটো নিশ্চিত কৰিছে।শুকুৰবাৰে উত্তৰ-পশ্চিম নাইজেৰিয়াৰ জামফাৰা ৰাজ্যৰ এজন আৰক্ষী মুখপাত্ৰ মুহাম্মাদ
Read More...

নাগাৰা নামৰ বৰ্ষীয়ান শিল্পী ৰামচৰণ ভড়ালী

নামনি অসমত আজিও নাগাৰা নামে এক সুকীয়া স্হান দখল কৰি আহিছে। নৃত্য গীত আৰু নাটকীয় উপাদানেৰে মিশ্ৰিত এই বিধ কলাই তাহানিৰ পৰাই আজিলৈকে সমাজত  সমানে জনপ্ৰিয় হৈ আহিছে। সৰ্ব সাধাৰণ ৰাইজে উপলব্ধি কৰিব পৰা এই বিধ কলাৰ ইতিহাস সম্পৰ্কে সঠিক তথ্য
Read More...

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাবমেৰিন দুৰ্ঘটনা: দক্ষিণ চীন সাগৰত নতুন বিবাদৰ সূত্ৰপাত

দক্ষিণ চীন সাগৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত সংঘৰ্ষৰ এটা নতুন সমস্যা উদ্ভৱ হৈছে। যোৱা সপ্তাহত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ এটা পাৰমাণৱিক চাবমেৰিনে সাগৰত এটা বস্তুৰ সৈতে সংঘৰ্ষ কৰিছিল। চীনে এতিয়া বিষয়টোত আমেৰিকাৰ পৰা স্পষ্টীকৰণ
Read More...

ঠিকা প্ৰতিষ্ঠানে মাহৰ প্ৰথম সপ্তাহত মজুৰি আদায় দিব নোৱাৰিলে শ্ৰমিকক অ’ এন জি চিয়ে পোনপটীয়াকৈ…

 দেশৰ শ্ৰম আইন অনুসৰি ঠিকা শ্ৰমিক আৰু অন্যান্য শ্ৰমিক সকলে পাব লগা মাহেকীয়া মজুৰি ঠিকা প্ৰতিষ্ঠান সমূহে মাহৰ প্ৰথম সপ্তাহত আদায় দিব নোৱাৰিলে শ্ৰমিক সকলক অ' এন জি চি কৰ্তৃপক্ষই পোনপটীয়াকৈ আদায় দিব লাগিব । এই দাবী জনাই আজি নাজিৰাত অসম
Read More...

ফুটবলৰ উন্নতি আৰু সংযোগ শীৰ্ষক অভিলাষী আঁচনি

গ্ৰামাঞ্চলৰ ল'ৰা-ছোৱালীসমূহক ক্ৰীড়া-সংস্কৃতি, শিক্ষাকে ধৰি অন্যান্য  বিভিন্ন ক্ষেত্ৰত দীৰ্ঘ দিনৰে পৰা জনপ্ৰিয় উদ্যোগিক প্ৰতিষ্ঠান উজনিৰ অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে  ৰাইজক সহায়-সহযোগিতা আগবঢ়ায়ই আহিছে। এইবাৰ অগ্ৰণী প্ৰতিষ্ঠান অইল
Read More...

গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে বিশ্বনাথৰ বৰগাঙত প্ৰতিবাদ

দেশৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে দেশৰ আটাইতকৈ ধনবান ব্যৱসায়ী আদানীৰ ব্যৱসায়ৰ লাভৰ স্বাৰ্থত গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ আদানীক গতাই দিয়া কাৰ্যৰ অসম জুৰি
Read More...

বকোৰ চাম্পুপাৰাত বন বিষয়া আব্দুৰ ৰৌফৰ অভিযান ।

একাংশ সমাজ বিৰোধী চক্ৰ তথা অসাধু বণিকে দিনে নিশাই চলাই আহিছে বনজ সম্পদৰ ধ্বংসযজ্ঞ। এই চাম দূষ্টচক্ৰৰ হাতোৰাত ক্ষতি হৈছে বনাঞ্চলৰ লগতে বনজ সম্পদ। এই ক্ষেত্ৰত চৰকাৰৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ হৈছে নগুৰ নাকটি।শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ
Read More...

মাৰিয়া ৰেছা আৰু দিমিত্ৰী মুৰাটভ নামৰ দুজন সাংবাদিকে এই বছৰৰ শান্তিৰ নবেল বঁটা লাভ কৰিছে

ফিলিপাইনছৰ মাৰিয়া ৰেছা আৰু ৰাছিয়াৰ দিমিত্রি মুৰাটভে ২০২১ চনৰ শান্তিৰ নবেল বঁটা লাভ কৰিছে । দুয়োজন পেছাত সাংবাদিক, ফিলিপাইনছ আৰু ৰাছিয়াত মত প্ৰকাশৰ স্বাধীনতাৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ বাবে প্ৰদান কৰা বঁটা। মাৰিয়া ৰেছা হৈছে ডিজিটেল
Read More...

মাখিবাহাৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ দেহাৱসান

 নলবাৰী জিলাৰ  বৃহত্তৰ  মাখিবাহা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী চণ্ডীচৰণ পাঠকৰ পৰহি  মাখিবাহাৰ কুকুৰমাৰা  স্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত   মৃত্যু হোৱাত  সমগ্ৰ অঞ্চল টোতে গভীৰ শোকৰ ছা পৰে  । পাঠকৰ  মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অজশ্ৰ
Read More...

টিৰাপৰ পাহাৰপুৰত পকী দলং নিৰ্মাণত অনিয়ম সংঘটিত।

উন্নয়ন আৰু পৰিৱৰ্তনৰ শ্লোগানেৰে চৰকাৰ পৰিৱৰ্তন হল, কিন্তু পৰিৱৰ্তন নহল একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া,অভিযন্তা আৰু ঠিকাদাৰৰ কৰ্মকাণ্ড। চৰকাৰে উন্নয়নৰ নামত আঁচনি প্ৰস্তুত কৰি পুঁজি আৱন্তন দিছে ঠিকেই কিন্তু সেই পুঁজি সঠিক ভাৱে ব্যৱহাৰ কৰা
Read More...