Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

চৰাইদেউ জিলাত ৰাষ্ট্ৰীয় পোষণ মাহৰ বিশেষ কাৰ্যসূচী

চৰাইদেউ জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত পোষণ মাহ-২০২১ ৰ লগত সংগতি ৰাখি আজি একেদিনাই ৬৬৮টা অংগনবাড়ী কেন্দ্ৰত কলপুলি ৰোপণৰ এক বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই উপলক্ষে সাপেখাতী সংহত শিশু উন্নয়ণ প্ৰকল্পৰ অধীনৰ হৰিদেৱ চাৰ্কোলত আয়োজিত
Read More...

দুৰ্গা পূজা উপলক্ষে ধুবুৰীত পেলনীয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত নতুন কাপোৰ বিতৰন ৷

ধুবুৰীত শাৰদীয় দূৰ্গা পূজা উপলক্ষ্যে কল্পজোতি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা পেলোনিয়া প্লাষ্টিকৰ বটলৰ বিনিময়ত অতি দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালৰ মানুহক কাপোৰ বস্ত্ৰ বিতৰণ কৰে।মাত্ৰ দুটা বা তিনিটা প্লাষ্টিকৰ বটলৰ বিনিময়ত প্ৰায় ৫০ জনতকৈ অধিক পুৰুষ
Read More...

লাহৰীঘাটৰ ৰজাগাধোৱা গাৱৰ এগৰাকী পেৰালাইচ ৰোগীৰ চিকিৎসাৰ বাবে আৰ্থিক সহায়ৰ আবেদন

মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনস্থ ৰজাগাধোৱা গাঁও পঞ্চায়তৰ ২ নং ৱাৰ্ডৰ চাৰি জনীয়া পৰিয়ালৰ মুৰব্বী গিয়াছ উদ্দিনৰ পেৰালাইচষ্টক আৰু কিডনি ডেমেজ বেমাৰত আৰ্থিকৰ অভাৱত চিকিৎসাৰ বাবে শয্যাগত ৷ বিগত প্ৰায় ১ মাহ আগত
Read More...

ঐতিহ্য মণ্ডিত দিকৰাই চাহ বাগিচাৰ দূৰ্গোৎসৱৰ পূৰ্ণ প্ৰস্তুতি

বিশ্বনাথ জিলাৰ চতিয়াৰ বৃহৎৰ দিকৰাই চাহ বাগিচাৰ ঐতিহ্য মণ্ডিত দূৰ্গাপূজা ক'ভিড নীতি-নিৰ্দেশনাৰ মাজতে পালন কৰিবলৈ চলাইছে পূৰ্ণ প্ৰস্তুতি। শেহতীয়াকৈ অসম চৰকাৰ তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে
Read More...

বিবাহ সম্পন্ন কৰি লক্ষীপুৰত জেল হাজোতত কাজি

  গোৱালপাৰা জিলাৰ লক্ষীপুৰত বাল্য বিবাহৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইতিমধ্যে লক্ষীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ভীম কান্ত পেগুয়ে বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলাই বাল্য বিবাহ সম্পন্ন কৰা ছৰিফুল ইছলাম নামৰ কাজি
Read More...

চাবুৱা-ত্ৰিনয়নজ্যোতিৰ খেলপথাৰত প্ৰথমটো জ’নৰ প্ৰশিক্ষণ শিবিৰ উদ্বোধন

গ্ৰামাঞ্চলৰ ল'ৰা-ছোৱালীসমূহক ক্ৰীড়াকে ধৰি অন্যান্য  ক্ষেত্ৰত দীৰ্ঘ দিনৰে পৰা জনপ্ৰিয় প্ৰতিষ্ঠান উজনিৰ অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে  সহায়-সহযোগিতা কৰি আহিছে। এইবাৰ অগ্ৰণী প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজানে নিজাববীয়াকৈ
Read More...

বিদ্যালয় সমুহৰ সন্মুখতে মাজবাটৰ বাপুজী প্ৰাংগনত প্ৰস্তুতি চলিছে মিনাবজাৰ,আনন্দবজাৰ মেলাৰ ।

দেশজুৰি কৰোণা মহামাৰীৰ সন্ত্ৰাসৰ পিছত আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে বান্ধি দিয়া নীতি নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই তথা বিদ্যালয় সমুহৰ মিনাবজাৰ,আনন্দ বজাৰ পাতি এক ভয়াবহ পৰিস্হিতি উদ্ভৱ কৰাৰ চেষ্টা
Read More...

ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সতে আলোচনাত মিলিত হৈছে ওৰাংৰ পূজা পৰিচালনা সমিতি ।

সমগ্ৰ দেশক কৰোণা মহামাৰীৰ আতংকৰ পৰা দেশৰ সৰ্বসাধাৰণ ৰাইজে কিছু সকাহ পোৱাৰ সময়ত সন্মুখত আহি পাইছেহি শ্ৰী শ্ৰী দুৰ্গা মাৰ মহাউৎসব । দুৰ্গাপূজালৈ মাত্ৰ চাৰিদিন থকাৰ সময়তে ওৰাং অঞ্চলৰ দুৰ্গাপূজা উদযাপন সমিতি সমূহে ব্যাপক প্ৰস্তুতি চলাইছে।
Read More...

ককয়াত পৰম্পৰাগত জ্ঞান আৰু কৌশল সংগ্ৰাহালয় উদ্ধোধন

পৰম্পৰাগত প্ৰযুক্তিয়ে আমাৰ স্বাস্হ্য, প্ৰকৃতি আৰু অৰ্থনীতিক বিভিন্ন দিশৰ পৰা সুৰক্ষা দিয়াৰ লগতে আমাৰ সংস্কৃতিকো সমৃদ্ধি কৰিছে। সম্প্ৰতি  বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বহুখিনি উত্তৰণ ঘটিছে , ই ভাল কথা ৷ বিজ্ঞান প্ৰযুক্তি আমাক লাগিব, সেইবুলি
Read More...

লামডিং আৰক্ষীৰ জালত কুখ্যাত তীৰ জুৱাৰী আটক।

অসাধু ব্যৱসায়ি যদি ডালে ডালে  লামডিং  আৰক্ষী ও পাতে পাতে।মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা হুংকাৰ দিয়াৰ  পিছতেওঁ গা লৰা নাই একাংশ অসাধু দুস্কৃতিকাৰী ব্যৱসায়িৰ। লামডিংত  একাংশ ব্যৱসায়ী অবৈধ ভাবে চলাই আ্ছে তীৰৰ ৰমৰমীয়া বেহা।হোজাই জিলাৰ
Read More...