Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

উত্তৰ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দুৰ্নীতিৰ ভূ-স্বৰ্গত পৰিণত হৈছে ৰাজ্যৰ একাংশ গাঁও পঞ্চায়ত। অসম চৰকাৰে যিমানেই দুৰ্নীতি বন্ধ কৰিবলৈ প্ৰচেষ্টা চলাইছে সিমানেই যেন একাংশই  লিপ্ত হৈছে দুৰ্নীতিত। বিশেষকৈ দুৰ্নীতিৰ ভূ স্বৰ্গত পৰিণত হৈছে অসমৰ একাংশ গাঁও পঞ্চায়।প্ৰায় বোৰ
Read More...

কেলিফৰ্ণিয়াত ব্যাপক খৰাং

কেলিফৰ্ণিয়াত ব্যাপক খৰাং, বায়ুৰ পৰা পানীৰ যন্ত্ৰৰ দ্বাৰা তৃষ্ণা নিবাৰণ । ৱাশ্বিংটনস্থিত চুনামি প্ৰডাক্টছ (চুনামি প্ৰডাক্টছ)ত ডিজাইন কৰা এজন অভিযন্তা টেড বোমেনে বৰ্ণনা কৰে, "এই যন্ত্ৰবোৰে এয়াৰ কণ্ডিচনাৰৰ দৰে কাম কৰে। আমি এই যন্ত্ৰবোৰৰ
Read More...

ধুবুৰীত চোৰাং ৭ টা গৰুসহ বাহন জব্দ।

 ধুবুৰীত নিতৌ আৰক্ষীয়ে জব্দ কৰিছে চোৰাং গৰু। পশ্চিম বংগৰ পৰা অসমত প্ৰৱেশ কৰিছিল গৰু ভৰ্তি বলেৰ পিক আপ ভান। গোপন খবৰৰ ভিত্তিত আগমনী আৰক্ষীয়ে বলেৰ বাহনখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও নিৰ্দেশ অমান্য কৰি গাড়ীখন পলায়ন কৰে। আগমনী আৰক্ষীয়ে গৰু
Read More...

ৰাষ্ট্ৰীয় গেমচলৈ নিৰ্বাচিত দৰঙৰ চম্পক ডেকা

দৰং জিলাৰ কলাইগাওঁ সমষ্টিৰ অন্তগৰ্ত ভূড়াৰগড় গাওঁ পঞ্চায়ত এলেকাৰ বাঘৰবাৰী গাঁৱৰ যাদৱ ডেকা আৰু বুলু ডেকাৰ একামাত্ৰ পুত্ৰ চম্পক ডেকাই আগন্তুক ৰাষ্ট্ৰীয় গেমছত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহনৰ বাবে স্থান লাভ কৰাত স্হানীয় ৰাইজৰ মাজত
Read More...

অজিত কুমাৰ বৰালৈ ২০২১বৰ্ষৰ “অসম জ্ঞান ৰত্ন বঁটা”

দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ অঞ্চলৰ কোবাল গাঁৱৰ নিবাসী গণকপুখুৰী হাইস্কুলৰ সহকাৰী শিক্ষক অজিত কুমাৰ বৰাক অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে "অসম জ্ঞান ৰত্ন বঁটা সমন্বয় গোষ্ঠী"ৰ তৰফৰ পৰা ২০২১বৰ্ষৰ "অসম
Read More...

মাধ্যম আন্দোলনৰ প্রথম ছহিদ মোজাম্মিল হকৰ ৫০ সংখ্যক স্মৃতি দিৱস

 বিশ্ব বিদ্যালয় সমূহত অসমীয়া ভাষা মাধ্যম হ'ব লাগে লাগে বুলি দাবী কৰি সদৌ অসম ছাত্র সন্থাই ১৯৭২ চনৰ ৫ অক্টোবৰত দিয়া অসম বন্ধত খাৰুপেটীয়ালৈ পিকেটিং কৰিবলৈ গৈ দুর্বৃত্তৰ হাতত গুৰুতৰ ভাৱে আক্রান্ত হোৱা মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক
Read More...

বিদ্যালয় প্ৰাদেশিকীকৰণ আৰু বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কবিৰালী শাখা ছাত্ৰ সন্থাৰ বৃহৎ মানৱ শৃংখল…

কবিৰালী শাখা ছাত্ৰ সন্থাৰ অন্তৰ্গত অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণৰ দাবীত লগতে বৰ্ধিত মূল্য বৃদ্ধিৰ প্ৰতিবাদত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ অন্যতম গুৰুত্বপূৰ্ণ শাখা‌ ছাত্ৰ সন্থা কবিৰালী শাখা ছাত্ৰ সন্থাই বৃহস্পতিবাৰে কবিৰালীত বৃহৎ মানৱ
Read More...

লামডিঙ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্চৰ গাফিলতি

লামডিঙ অসামৰিক চিকিৎসালয়খনত বিতৰ্কই যেন এতিয়া পিছ নেৰা হৈছে ৷ চিকিৎসক নাৰ্চৰ কাণ্ডজ্ঞানহীনতাত এটা পিছত এটা ঘটনা সংঘটিত হ'ব ধৰিছে লামডিং এফ আৰ ইউত। আজি চিকিৎসালয়খনত এগৰাকী মহিলা ৰোগীক সেৱন কৰিব দিয়া
Read More...

ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী চন্দ্ৰকান্ত বৰাৰ বিয়োগ ৷

নগাঁৱৰ ডিমৰুগুৰিৰ কালিবাৰীৰ পূৱেৰুণ পথৰ বাসিন্দা ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী,বিশিষ্ট সমাজকৰ্মী চন্দ্ৰকান্ত বৰাৰ কালি সন্ধিয়া পাঁচ বজাত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯বছৰ। তেওঁ সুদীৰ্ঘ
Read More...

অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ চয়নিকা ডেকা তৃতীয় স্থান।

অসম কুড়মালি সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা অসম ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতাৰ ফলাফল কুড়মালি সাহিত্য সভাৰ প্ৰধান সম্পাদক সুৰেশ কুড়মিয়ে ৫ অক্টোবৰ তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰে।অসমৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ বিশিষ্ট লেখক ,মাদলৰ
Read More...