Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

পানেৰীৰ বাঘেখোৱা গাওঁত হাতীৰ আক্ৰমণ

ওদালগুৰি জিলাৰ পানেৰী থানা অন্তৰ্গত কচুবিল বাঘেখোৱা গাওঁত যোৱা ৫ অক্টোবৰ তাৰিখৰ ৰাতি এঘাৰমান বজাত বাঘেখোৱা গাওঁৰ গাওঁবুড়া লক্ষ্মণ বিশ্বকৰ্মাৰ ধৰ্মপত্নী গীতামায়া বিশ্বকৰ্মাক অকলশৰীয়া দাতাল হাতীয়ে আক্ৰমণ কৰাত গীতামায়া
Read More...

তামাৰহাটত জাল নোটৰ ভয়ংকৰ জাল ।

অবৈধ গৰু সৰবৰাহ, ড্ৰাগছ আদিৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে গ্ৰহণ কৰা পদক্ষেপৰ ফলত দুষ্ট চক্ৰৰ নিদ্ৰা হৰণ হোৱাৰ সময়তে গো-মাফিয়াৰ এটা চক্ৰই নামনি অসমত চলাইছে জাল নোটৰ ভয়ংকৰ ব্যৱসায় । অসম আৰক্ষীৰ কঠোৰ ভূমিকাৰ ফলত বাংলাদেশলৈ অবৈধ গৰু সৰবৰাহ এক
Read More...

সমষ্টিৰ উন্নয়ন আগত, ৰাজনীতি পিছত : ভূপেন বড়ো

  টিহু উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৫ নং পশ্চিম নাম্বৰভাগ গাঁও পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰায় ১৫ লাখ টকাৰে নিৰ্মাণ কৰা পঞ্চায়ত খনৰ স্থায়ী কাৰ্যালয় গৃহ আৰু প্ৰায় ৫লাখ টকাৰে নিৰ্মাণ কৰা গেট আৰু পকী বেৰৰ বুধবাৰে উদ্বোধন কৰা হয়  ।
Read More...

২৮ নং গোসাইগাঁও সমষ্টিত এ আই ইউ ডি এফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰৰ নাম ঘোষনা

.বহু জল্পনা কল্পনাৰ অন্তত আজি ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফ দলে এ আই ইউ ডি এফ দলৰ গোসাইগাঁও জিলাৰ কাৰ্যকৰী সভাপতি খাইৰুল আনাম খন্দকাৰক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে ৷ইউ ডি এফৰ নেতা খাইৰুল আনাম খন্দকাৰক  ইউ
Read More...

কাঁহিকুছিত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণৰ বুজ ললে সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ ( এছ আই পি আৰ ডি )  অধীনৰ সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰত ( ই টি চি ) উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে  ২৫ দিনীয়া এক
Read More...

আজি শুভ মহালয়া, লোকে লোকাৰণ্য হৈ পৰিল ধুবুৰীৰ ৰাজপথ।

আজি শুভ মহালয়া। ইয়াৰ লগে লগেই ঘোঁৰাত উঠি মৰ্ত্যলৈ আগমন ঘটিল দুৰ্গতি নাশিনী মা দুৰ্গাৰ। আজিৰে পৰা মা দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিব সমগ্ৰ ৰাজ্য। উজনিৰ পৰা নামনিলৈ দেৱী দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিছে ভক্তগণ। আজি পৱিত্ৰ মহালয়া। দেৱী
Read More...

বিহালী উন্নয়ন খণ্ডৰ নবনিৰ্মিত কাৰ্য্যালয় ভৱন শুভ উদ্ধোধন বিধায়ক ৰঞ্জিত দত্তৰ

বিহালী আঞ্চলিক পঞ্চায়ত উন্নয়ন পুঁজি আঁচনিৰ অধীনত নিৰ্মাণ হোৱা বিহালী খণ্ড উন্নয়নৰ  নৱনিৰ্মিত  ভৱনটি বুধবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই শুভ উদ্বোধন কৰে।উদ্বোধন সময়ত  উপস্থিত থাকে   খণ্ড উন্নয়ন বিষয়া দেৱাশীষ গোস্বামী,আঞ্চলিক
Read More...

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ’ল এক জঘণ্য কাণ্ড

চৰাইদেউৰ সাপেখাতীত সংঘটিত হ'ল এক জঘণ্য কাণ্ড ৷ পাষান পিতৃৰ কামনাৰ বলি হ'ল এগৰাকী ১৪ বছৰীয়া কিশোৰী ৷ অসম অৰুণাচল সীমান্তৱৰ্তী চৰাইপুঙ আৰক্ষী থানা এলেকাৰ নগাহাট ডাবলু হাবি গাওঁত সংঘটিত হৈছে এই জঘণ্য কাণ্ড । পাষাণ পিতৃ চিমন ধনি (৫৮) য়ে নিজা
Read More...

হাতীধূৰা ব্লক কংগ্ৰেছ কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডুক সম্বৰ্ধনা

সুদীৰ্ঘ ৪৫ বছৰ কংগ্ৰেছৰ দখলত থকা ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টি পুনৰ উদ্ধাৰ এইবাৰ হবই ৷বিগত নিৰ্বাচনত মহাজোঁটৰ প্ৰাৰ্থী গোসাইগাঁও সমষ্টিৰ পৰা বিপুল ভোটত জয়ী হৈছিল ৷সেই অনুপাতে গোসাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰে জয় হব ৷এইদৰে
Read More...

“শুক্ৰাচাৰ্য ৰাভাঃ যাত্ৰা আৰু মাত্ৰা” শীৰ্ষক গ্ৰন্থৰ বাৱে জামুগুৰিহাটৰ লেখক নিলোৎপল বৰুৱালৈ “সাহিত্য…

গুৱাহাটীৰ সাহিত্যানুষ্ঠান "সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে প্ৰতি বছৰে একোজন প্ৰতিভাবান যুৱ লেখকক সাহিত্য চৰ্চাৰ ক্ষেত্ৰত উদগণি যোগোৱাৰ বাবে "সাহিত্য বঁটা" প্ৰদান কৰি আহিছে ৷ সেই অনুসৰি সাহিত্য চৰ্চা কেন্দ্ৰ, অসমে বিগত ২০১৯ বৰ্ষৰ
Read More...