Breaking

Browsing Category

আছাম ৰাইজিং( ইভেন্টে)

আই.এ.এফ. ৮৯ তম বাৰ্ষিকীৰ বাবে সাজু

দেশক আকাশৰ উচ্চতাৰ পৰা সুৰক্ষিত কৰা ভাৰতীয় বায়ু সেনাই (ভাৰতীয় বায়ু সেনা) ৮ অক্টোবৰৰ ৮৯ তম বাৰ্ষিকী উদযাপন কৰিব। সামৰিক বিষয়া আৰু সাহসী লোকসকলেও অনুষ্ঠানটোৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। সেনাই বুধবাৰে গাজিয়াবাদৰ হিন্দন এয়াৰবেচত
Read More...

ওদালগুৰিত উড়িয়া যুৱ ছাত্ৰ পৰিষদৰ পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন

ওদালগুৰি জিলাৰ অন্তৰ্গত হাতীগড়ত ৰোৱা ৩ অক্টোবৰত  অসম উড়িয়া যুৱ ছাত্র পৰিষদ আৰু ওদালগুৰি জিলা সমিতিৰ উদ‍্যোগত হাতীগড় আঞ্চলিক সমিতি আৰু সমূহ ৰাইজৰ সহযোগত পঞ্চম বাৰ্ষিক নোৱা খাই পৰ্ব উদযাপন কৰা হয়। পশ্চিম উৰিষ্যাত বসবাস কৰা উড়িয়া
Read More...

অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ মুখপত্ৰ “তিজ” উন্মোচন

ওদালগুৰি চহৰৰ মাজ মজিয়াত থকা বিশ্বশান্তি নেপালী বিদ্যামন্দিৰৰ পৰিসৰত থকা গোৰ্খা ভৱনৰ সভাকক্ষত যোৱা ৪ অক্টোবৰ তাৰিখে অসম নেপালী সাহিত্য সভা ওদালগুৰি শাখা সমিতিৰ সভানেত্ৰী ইন্দিৰা গৌতমৰ সভাপতিত্বত সম্পন্ন হোৱা সভাত ওদালগুৰি ক্ষেত্ৰৰ অগ্ৰণী
Read More...

ভেৰগাঁ‌ও আঞ্চলিক এবছুৰ উদ্যোগত ১৪ বাৰ্ষিক মহিলা ফুটবল চেম্পিয়নশ্বিপ।

দালগুৰি জিলা ভেৰগাঁ‌ও আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁ‌ও আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত ৫ অক্টোবৰ মঙ্গলবাৰে ১৪ তম মহিলা ফুটবল চেম্পিয়নশ্বিপৰ সুভাৰম্ভণি কৰে।"৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হব লগা মহিলা ফুটবল
Read More...

লামডিঙত কৃত্ৰিম বানপানী,ৰেল বিভাগৰ অতি নিম্ন মানৰ কাম কৰাৰ বাবেই ৰাইজৰ অভিযোগ

 হোজাই জিলাৰ ৰেল নগৰী লামডিঙত যোবা কালি দুপৰীয়াৰ ভাগত অকনমান বৰষুন দিয়াৰ পিছত লামডিঙ শহৰৰ মাজ মজিয়াত থকা বি কম ডিৰ পৰা বি এম বি স্কুল আৰু বজাৰ যোৱাৰ মেন ৰাস্তাটো কৃত্ৰিম বানপানীৰ ৰুপ ধাৰণ কৰিছে। এক হাটু পানী ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত
Read More...

ৰাছিয়াৰ দলটোৱে মহাকাশত প্ৰথমবাৰৰ বাবে এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে আজি ৰাওনা হ’ব

আজি সমগ্ৰ বিশ্বই মহাকাশক্ষেত্ৰত এক ঐতিহাসিক সুযোগৰ সাক্ষী হ'ব। ইতিহাসটো ৰাছিয়াৰ দ্বাৰা সৃষ্টি কৰা হ'ব যিয়ে আজি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত এখন চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰথম চলচ্চিত্ৰ কৰ্মী প্ৰেৰণ কৰিব। চলচ্চিত্ৰখনৰ শিৰোনাম হৈছে 'দ্য
Read More...

ধুবুৰীত প্ৰিয়ংকা গান্ধীৰ মুক্তিৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।

ধুবুৰী তার কংগ্রেস ৰ প্ৰতি বাদউত্তৰ প্ৰদেশ আৰক্ষীয়ে দেওবাৰে আটক কৰিছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। প্ৰতিবাদী কৃষকৰ ক পৰিয়ালৰ খবৰ লবলৈ যোৱাৰ সময়তে আটক হৈছিল কংগ্রেছ নেত্রী গৰাকী। দেশ তথা ৰাজ্যজুৰি কংগ্রেছৰ প্ৰতিবাদ
Read More...

জামুগুৰিহাটৰ ধলাইবিলৰ মেধাৱী ছাত্ৰ অজয় সোনাৰক জ্যোতি শিক্ষা বঁ‌টা প্ৰদান

শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত  ধলাইবিলৰ এগৰাকী প্ৰতিভাসম্পন্ন মেধাৱী ছাত্ৰ তথা দৰং মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰগৰাকীৰ নাম হৈছে অজয় সোনাৰ। অজয় হৈছে জিলাখনৰ ধলাইবিলস্থিত চামধাৰা পানী গাঁৱ নিৱাসী মনবাহাদুৰ সোনাৰ আৰু প্ৰয়াত ৰূপা দেৱীৰ
Read More...

ঘগ্ৰাপাৰ থানা এলেকাৰ ১৭ খন দুৰ্গা পূজাত কৰ্তব্য পালনৰ বাবে সাজু-আৰক্ষী-গাঁও ৰক্ষী বাহিনী

দুৰ্গা পূজা  উপলক্ষে  নলবাৰী জিলা  প্ৰশাসনৰ লগতে   ঘগ্ৰাপাৰ আৰক্ষী -গাঁও ৰক্ষী বাহিনী তৎপৰতা হোৱাৰ সময়তে  আজি  ঘগ্ৰাপাৰ আৰক্ষী থানাত  গাঁওৰক্ষী বাহিনীৰ উদ‍্যোগত দুৰ্গা পূজা উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ আৰক্ষী থানাৰ চক্ৰ
Read More...

প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত নগৰবেৰাত কংগ্ৰেছৰ প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভদ্ৰাক মুক্তিৰ দাবীত সমগ্ৰ দেশৰ লগতে কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা ৰাহজ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত কংগ্ৰেছে এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
Read More...