আছাম ৰাইজিং( ইভেন্টে)

দৰিকা নগৰ খেলপথাৰত ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণৰ সামৰণি

নাজিৰা মহকুমাৰ পানীবিল দৰিকা নগৰ খেলপথাৰত এমাহ জোৰা ফুটবল আৰু এথলেটিকছ প্ৰশিক্ষণ শিবিৰৰ কালি সামৰণি পৰে৷ আঞ্চলিক ক্ৰীড়া সন্হা পানীবিলৰ উদ্যোগত প্ৰায় ৮০ গৰাকী...

ছিপাঝাৰৰ স্বচ্ছ গাওঁ হালধাত ৰেচম প্ৰশিক্ষণ কৰ্মশালা

কাঁহিকুছি কৃষি বিশ্ববিদ্যালয় আৰু খানাপাৰা কেন্দ্ৰীয় ৰেচম বৰ্ডৰ উদ্যোগত আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হালধা স্বচ্ছ আৰু আদৰ্শ গাঁও নিৰ্মাণ অভিযানৰ সহযোগত শুক্ৰবাৰে হালধাত...

আজি বিশ্ব অঁনাতাৰ দিৱস। এইবাৰৰ বিষয়-বস্তু “ৰেডিঅ’ আৰু বিশ্বাস”

তথ্য আৰু মনোৰঞ্জনেৰে সমৃদ্ধ ৰেডিঅ’ হৈছে পুৰণি মাধ্যম।তথ্য-প্ৰযুক্তি আৰু স্মাৰ্ট ফোনৰ জয়কাৰৰ মাজতো আজিঅ ৰেডিঅ’ই হেৰুওৱা নাই মাদকতা।প্ৰায় ১১১ বছৰ পুৰণি ৰেডিঅ’ৰ ইতিহাস।ৰাষ্ট্ৰসংঘৰ মতে,...

বাজাজ গ্ৰুপৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ দেহাৱসান

বাজাজ গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ তথা বাজাজ মটৰ্ছৰ প্ৰতিষ্ঠাপক ৰাহুল বাজাজৰ বিয়োগ। প্ৰখ্যাত উদ্যোগপতি গৰাকী ৮৩ বছৰ বয়সত মৃত্যু হৈছে। কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা...

সোণতলীত ৯ টাকৈ চোৰাং গৰু জব্দ, চালক-সৰবৰাহকাৰীক জে’ললৈ প্ৰেৰণ

দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলী আৰক্ষীয়ে পুৰাণগাঁৱত অভিযান চলাই বাহনসহ ৯টা চোৰাং গৰুৰ লগতে চালক-সৰবৰাহকাৰীক আটক কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি সোণতলী আৰক্ষী চকীৰ...

Popular