আছাম ৰাইজিং( ইভেন্টে)

সীমান্ত সুৰক্ষাৰ জোৱান উপেন্দ্ৰ বসুমতাৰী আৰু শিক্ষক অনিল মোছাহাৰীয়ে নিবণুৱা যুৱক যুৱতীৰ কৰ্মসংস্হাপনৰ দিছে সন্ধান ৷

সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী সাধাৰণ জোৱান ৷বিগত ২০১৫ চনৰ পৰা এই জোৱান গৰাকীৰ সমাজ সেৱাৰ  কাম কাজে জোৱান গৰাকীক মহীয়ান কৰি তুলিছে ৷ওৰাঙৰ ২নং ...

আমিনগাৱত প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা (PMASBY)ৰ শুভ উদ্ধোধনী অনুষ্ঠানত অইলাইন যুগে অংশগ্ৰহণ

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ সংসদীয় ক্ষেত্ৰ বাৰানসীত সোমবাৰে শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বাস্থ্য ভাৰত যোজনা (PMASBY)ৰ ।দেশৰ স্বাস্থ্য খণ্ডৰ আমূল পৰিবৰ্তনৰ লক্ষ্যৰে শুভাৰম্ভ...

লক্ষীবাৰীত গোলাঘাট জিলা সাহিত্য সভাৰ নতুন শাখা গঠন

২৪ অক্টোবৰ গোলাঘাটৰ লক্ষীবাৰীত সাহিত্যানুৰাগী ৰাইজৰ উপস্থিতিত অসম সাহিত্য সভাৰ শাখা গঠনৰ উদ্দেশ্যৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় । বিশিষ্ট সমাজকৰ্মী সাহিত্যানুৰাগী সুৰেণ বৰাৰ...

বজালীত কাৰাটে ড’ৰ দুদিনীয়াকৈ জিলা ভিত্তিক কাৰাটে প্ৰশিক্ষণ সম্পন্ন

বজালীত কাৰাটে ড’ৰ উদ্যোগত আৰু বৰপেটা জিলা কাৰাটে সন্থাৰ সৌজন্যত জিলা ভিত্তিক প্ৰশিক্ষণ দুদিনীয়া প্ৰশিক্ষণ ২৩ আৰু ২৪ অক্টোবৰত পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ...

শতবৰ্ষ গৰকা ভিঠা প্ৰাথমিক বিদ্যালয়ৰত আজিও আন্তঃগাঁঁঠনিৰ অভাৱ

নলবাৰী জিলাৰ ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ শিক্ষা খন্ডৰ অন্তৰ্গত প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয় একাংশত আন্তঃ গাঠনিৰ অভাৱকে ধৰি ছাত্র -ছাত্ৰী অনুপাতে শিক্ষকৰ  অভাৱ হোৱাৰ...

Popular