আছাম ৰাইজিং( ইভেন্টে)

ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সতে আলোচনাত মিলিত হৈছে ওৰাংৰ পূজা পৰিচালনা সমিতি ।

সমগ্ৰ দেশক কৰোণা মহামাৰীৰ আতংকৰ পৰা দেশৰ সৰ্বসাধাৰণ ৰাইজে কিছু সকাহ পোৱাৰ সময়ত সন্মুখত আহি পাইছেহি শ্ৰী শ্ৰী দুৰ্গা মাৰ মহাউৎসব । দুৰ্গাপূজালৈ মাত্ৰ...

ককয়াত পৰম্পৰাগত জ্ঞান আৰু কৌশল সংগ্ৰাহালয় উদ্ধোধন

পৰম্পৰাগত প্ৰযুক্তিয়ে আমাৰ স্বাস্হ্য, প্ৰকৃতি আৰু অৰ্থনীতিক বিভিন্ন দিশৰ পৰা সুৰক্ষা দিয়াৰ লগতে আমাৰ সংস্কৃতিকো সমৃদ্ধি কৰিছে। সম্প্ৰতি  বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ বহুখিনি উত্তৰণ ঘটিছে ,...

লামডিং আৰক্ষীৰ জালত কুখ্যাত তীৰ জুৱাৰী আটক।

অসাধু ব্যৱসায়ি যদি ডালে ডালে  লামডিং  আৰক্ষী ও পাতে পাতে।মূখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা হুংকাৰ দিয়াৰ  পিছতেওঁ গা লৰা নাই একাংশ অসাধু দুস্কৃতিকাৰী ব্যৱসায়িৰ।...

মৰিগাঁৱৰ পবিতৰাহাটত আৰক্ষীসকলৰ মাজত জিলা স্বাস্থ্য বিভাগৰ মানসিক স্বাস্থ্যৰ সজাগতা সভা

 যোৱা কালি মৰিগাঁৱৰ পবিতৰা হাটত আৰক্ষী সকলক লই  মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দি মৰিগাঁও জিলাৰ স্বাস্থ্য বিভাগে অনুষ্ঠিত কৰা অনুস্থানত জিলাখনৰ প্ৰায় দেৰ শতাধিক...

চফ্ৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কলা শাখাৰ শ্ৰেণী শুভাৰম্ভ

ৰাজ্যৰ প্ৰতিখন হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হব বুলি সোণাৰি সমষ্টিৰ চফ্ৰাইত আজি মন্তব্য কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চফ্ৰাই উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ...

Popular