Breaking

Browsing Category

অসম

কাৰ্বি আংলং জিলাৰ খটখটিত ব্ৰাউন চুগাৰসহ তিনিজনক আটক।

বোকাজান আৰক্ষী চকীৰ অধীনত আৰক্ষীয়ে নিষিদ্ধ যুক্ত ব্ৰাউন চুগাৰ সহ তিনিজনক লোকক আটক কৰিবলৈ সক্ষম হয়। আটক হোৱা ব্যক্তি কেইজন হৈছে ক্ৰমে-১) মুহিবোৰ ৰহমান (23)২) অবিদ হুচেইন (23)৩) ইমদাদূৰ ৰহমান (23)জানিব পৰা মতে তিনি সৰবৰাহকাৰী কেইজন
Read More...

কেন্দ্ৰীয় মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হ’ব লগীয়াসকল

শ্ৰী নাৰায়ণ টাটু ৰামেশ্ৰী সৰ্বানন্দ সোনোৱালড° বিৰেন্দ্ৰ কুমাৰশ্ৰী জ্যোতিৰাদিত্য ম সিন্ধিয়াশ্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিংশ্ৰী অশ্বনী বৈষ্ণৱশ্ৰী প্ৰসো প্ৰতি কুমাৰ পৰশশ্ৰী কিৰণ ৰিজিজুশ্ৰী ৰাজ কুমাৰ সিংশ্ৰী সৰদ্বিপ সিং পুৰীশ্ৰী মনশোক
Read More...

মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰসহ ৬ অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিতৌ ধৰা পৰিছে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থকা বহু দুষ্ট চক্ৰ। কালি পুৱা মৈৰাবাৰী থানাৰ
Read More...

মাইক্ৰ’ ফাইনেঞ্চে মানসিক বিকাৰগ্ৰস্ত কৰা জানমনিৰ কাহিনী : বাস কৰে গোহালী সদৃশ ঘৰত, নাই কোনো…

নৱম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কন্যা আৰু পুত্ৰ, সুন্দৰ পত্নীৰে ৰঙৰ কাম কৰা প্ৰমোদ বৰদলৈৰ সংসাৰখন সুখৰ আছিল ৷ কিন্তু মাইক্ৰ' ফাইনেঞ্চে সৰ্বহাৰা কৰা পৰিয়ালটো এতিয়া বাস কৰে গোহালী সদৃশ এটা ঘৰত ৷ মাইক্ৰ ফাইনেঞ্চে ঘৰৰ সামগ্ৰী কাঢ়ি নিয়াৰ বাবে
Read More...

BREAKING মোদীৰ সম্প্ৰসাৰণ মন্ত্ৰী সভাৰত সৰ্বানন্দ সোনোৱাল !

কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্বে মন্ত্ৰী দায়িত্ব দিব লগিয়া প্ৰাৰ্থীসকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম শাৰীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিয়া মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
Read More...

অসমবাসীৰ বাবে আন এক গৌৰৱ : ৰাষ্ট্রসংঘৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত অসমীয়া চলচ্চিত্ৰ ‘লাইফ ইন এ…

▶️বিশ্বজুৰি প্ৰত্যক্ষ কৰিব অগণন চলচ্চিত্ৰ প্ৰেমী দৰ্শকে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে পুনৰ ভাল খবৰ।ৰাষ্ট্রসংঘৰ ইউনেস্ক’ৰ ছবি মহোৎসৱলৈ নিৰ্বাচিত হ’ল ৰাজেন দাস পৰিচালিত 'লাইফ ইন এ পাপেট'।অহা ১৭ জুলাইৰ পৰা ২১ জুলাইলৈ আয়োজিত এই গুৰত্বপূৰ্ণ
Read More...

এম এ চিৰ ১৩ নং চিচিমুখ পৰিষদীয় সমষ্টিত ক’ভিড সজাগতা সভা

মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিৰ অন্য পৰিষদীয় সমষ্টিবোৰৰ দৰে ১৩ নং চিচিমুখ পৰিষদীয় সমষ্টিটো মহামাৰি ক’ভিড বিৰোধী সজাগতা সভা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ ২ জুলাইৰ পৰা ৬ জুলাইলৈ অনুষ্ঠিত হোৱা ক’ভিড সজাগতা সভাত পৰিষদীয়
Read More...

পুনৰ বাঘজান তৈল খাদত প্ৰতিবাদৰ জোৱাৰ।

বাঘজানৰ জৈৱ-বৈচিত্ৰ তথা বাঘজানৰ ক্ষয়-ক্ষতিৰ ওপৰত অসমৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে বাঘজানবাসী ৰাইজে পুনৰ ক্ষোভিত হৈ পৰিছে। বাঘজান কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে। ১৭৩ দিনৰ অন্তত অভিশপ্ত বাঘজান
Read More...

বৰপেটা চহৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

সুৰাৰ ঘাটিত পৰিণত হৈছে বৰপেটা চহৰ। সহাজলৈভ্য হৈ পৰিছে  বৰপেটাত সুৰা ।বৰপেটাৰ বহু অঞ্চলত  নিষিদ্ধ সুৰা ব্যৱসায়ীৰ দৌৰাত্মৰ বাবে সচেতন মহলক চিন্তিত কৰি তুলিছে।অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। বৰপেটাৰ গান্ধীনগৰত
Read More...

এতিয়াৰে পৰা ৰাজ্যৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী আৰম্ভ হ’ব জাতীয় সংগীতেৰে

এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা বৈঠক জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰে আৰম্ভ হ’ব। আজিৰ কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে৷ তেনেদৰে এই চৰকাৰী কাৰ্যসূচী তথা বৈঠকসমূহ ৰাষ্ট্ৰীয়
Read More...